• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমা হাচাওত পথ দুৰ্ঘটনা : ঘটনাস্থলীতে নিহত এজন বাইক আৰোহী

NE NOW NEWS পংকজ কুমাৰ দেৱ
হাফলং , March 28, 2018 7:24 am

1 min read

Bike-mishap-570x320

দুৰ্ঘটনাটোত পতিত হোৱা মটৰ চাইকেলখন

68
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাৰ মাইবাঙ আৰক্ষী থানাৰ অন্তৰ্গত কালাচান্দ বাশাবাৰিত মঙলবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱক।

জানিবপৰা মতে মটৰচাইকেলেৰে তীব্ৰ বেগত আহি থকা যুৱকজন হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিয়ন্ত্ৰণ হেৰুৱাই তলত বাগৰি পৰে। আৰু বাইক আৰোহী যুৱকজন থিতাতে নিহত হয়।

দুৰ্ঘটনাস্থলীৰ ওচৰতে থকা কিছু লোকে আৰক্ষীক খবৰ দিয়াত কিছু সময় পাছতে কালাচান্দ আৰক্ষী উপস্থিত হৈ যুবকজনক উদ্ধাৰ কৰে। আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে মাইবাঙ গ্ৰামীণ চিকিত্সালয়ত লৈ যায়। ইতিমধ্যে যুৱকজন ওৱাজ’ গাঁৱৰ ল’ৱাই হাফলংবাৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখনীয় যে পাৰ্বত্য ডিমা হাচাও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে। প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আছে। আজি লাঙটিঙ আৰু মুপা অঞ্চলৰ মাজত অনুৰূপ ভাৱে এখন বলেৰ’ পিক আপ দুৰ্ঘটনাগ্ৰস্থ হয়। য’ত চালক গুৰুতৰ ভাবে আহত হয়।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd