DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমা হাছাওত দুৰ্যোগ ব্যৱস্থাপনা সজাগতা সম্পৰ্কে আলোচনা

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
March 19, 2018 11:10 pm
Landslide-in-Dima-Hasao.-File-photo-570x320
97
VIEWS
Share on FacebookShare on Twitter

 আগন্তুক বাৰিষাত ল’ব লগীয়া ভূমিকা সন্দৰ্ভত আলোচনা কৰিবলৈ সোমবাৰে হাফলং আৱৰ্ত ভৱনত উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ উপস্থিতিত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এখন সভা অনুষ্ঠিত হৈ যায়।

উপস্থিত সদস্যসকলৰ ভিতৰত আছিল  ৪৩ আছাম ৰাইফলছৰ কৰ্নেল গগন পাণ্ডে, ডিমা হাচাওৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া।

এই সম্পৰ্কত ডিমা হাচাওৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ জিলা প্ৰকল্প বিষয়া ৰিকি ফুকনে এক সংক্ষিপ্ত উপস্থাপন আগবঢ়ায়।

আগন্তুক বাৰিষা কালত কেনেধৰণে মোকাবিলা কৰিব তথা দুৰ্যোগ প্ৰতিৰোধ সম্পৰ্কে আলোচনা কৰা হয়।

উল্লেখযোগ্য যে বাৰিষা কালত ডিমা হাচাওৰ বিভিন্ন অঞ্চল ভূমিস্খলনৰ ফলত ভালেমান লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে অসুবিধাৰ সন্মুখীন হয়। এই বিষয়ে আলোচনা কৰাৰ লগতে কেনেদৰে এই অসুবিধা সমূহৰ পৰা পৰিত্ৰাণ পাব পাৰি সেই সম্পৰ্কেও আলোচনা কৰে।

আলোচনাৰ পিছত এইটো  সিদ্ধান্ত কৰা হয় যে নিৰ্বাচিত স্থান কিছুমানত এই বিভাগে তাৎক্ষণিকভাৱে মাটি আঁতৰোৱা, গছ কটা আদি কামৰ লগতে সকলো ধৰণৰ উদ্ধাৰ অভিযানৰ বাবে  সাজু হৈ থাকিব আৰু লগতে সঁজুলি আৰু যন্ত্ৰ-পাতি যোগাৰ ৰাখিব।

আলোচনা কালত প্ৰতিটো সংশ্লিষ্ট বিভাগক কেনেকৈ সাজু হৈ থাকিব লাগে তাৰ কিছুমান দিহা-পৰামৰ্শ দাঙি ধৰা হয়। সভাত উদ্ধাৰ কাৰ্য্যত ভাগ ল’ব পৰাকৈ কিছুমান গাওঁ দুৰ্য্যোগ ব্যৱস্থাপনা সমিতি গঠন কৰাৰো সিদ্ধান্ত লোৱা হয়।

আনহাতে গাওঁ অঞ্চলবোৰত দুৰ্যোগৰ বলি হোৱাসকলৰ পৰিয়ালৰ বাবে চৰকাৰে দিয়া ক্ষতিপূৰণৰ বাবে আৱেদন পাবলৈ এতিয়াও বাকী বুলি জিলাৰ উপায়ুক্তই জানিবলৈ দিয়ে। উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক এই বিষয়টো তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে।

Recent News

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd