• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌৰ ঐতিহাসিক কমলদৈ পুলৰ ক্ষতিসাধন হোৱা কাৰ্যত দল-সংগঠনৰ প্ৰতিক্ৰিয়া

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
May 7, 2018 12:07 pm
FB_IMG_1525672243391
132
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ ঐতিহাসিক ডিমৌৰ বৰবৰুৱা পথত থকা কমলদৈ পুলটো অ’ এন জি চিৰ গাড়ীয়ে ক্ষতিসাধন কৰা কাৰ্যত সমগ্ৰ অঞ্চলটোতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ডিমৌৰ পৰা  নিতাই আৰু পানীদিহিং অঞ্চলৰ সৈতে সংযোগ স্থাপন কৰা গুৰুত্বপূৰ্ণ ডিমৌ-নিতাই পথৰ কমলদৈ পুলত থকা ঐতিহাসিক পকী পুলটো অলপতে অ’ এন জি চিৰ তেল খাদলৈ চলাচল কৰা গধুৰ যান বাহনে ক্ষতিগ্ৰস্ত কৰে। যাৰ ফলত ঐতিহাসিক পুলটোৰ বেছিভাগ অংশ ভাঙি পৰে।

উল্লেখ্য যে ইংৰাজ শাসনৰ দিনতে নিৰ্মাণ কৰা এই পুলটোৰ এনেদৰে ক্ষতিসাধন হোৱা কাৰ্যত স্থানীয় ৰাইজৰ লগতে টাই আহোম ছাত্র সন্থাৰ ডিমৌ আঞ্চলিক সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সংগঠনটোৱে অ’ এন জি চি কৰ্তৃপক্ষৰ সৈতে এই সম্পৰ্কত যোগাযোগ কৰি ক্ষতিসাধন হোৱা ঐতিহাসিক পুলটো শীঘ্ৰে মেৰামতি কৰাৰ বাবে দাবী জনায়।

অ’ এন জি চিৰ বাহনে ক্ষতিসাধন কৰা পুলটো যদি অনতি পলমে মেৰামতি কৰি নিদিয়ে তেন্তে উক্ত পথেৰে কোনো ধৰণৰ অ’ এন জি চিৰ গাড়ী চলাচল কৰিবলৈ দিয়া নহ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে তীব্ৰতৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি টাই আহোম ছাত্র সন্থাৰ ডিমৌ আঞ্চলিক সমিতিৰ সম্পাদক সুমিত সন্দিকৈয়ে  সকীয়াই দিয়ে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd