• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেৰশ বছৰীয়া এখন গাৱঁৰ ঐতিহ্য উদযাপন : ডেৰশ বছৰেও নহ’ল বুনিয়াদী আন্তঃগাঁথনি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 6:13 pm
স্মাৰক শিলাস্তম্ভ মুকলি কৰিছে মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোচাই।

স্মাৰক শিলাস্তম্ভ মুকলি কৰিছে মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোচাই।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাচাও জিলাৰ মাইবং উপ সংমণ্ডলৰ নবদি লাংটিং গাৱঁৰ বাসিন্দাসকলে উদযাপন কৰিলে  ডেৰশ বছৰীয়া গৌৰৱময় ঐতিহ্য। এই উপলক্ষে গাওঁখনৰ প্ৰাথমিক বিদ্যালয়খনত ১৩ আৰু ১৪ জানুৱাৰিত এক অনুষ্ঠানৰ আয়োজন কৰে। ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ কেন্দ্ৰীয় সমিতিৰ তত্ত্বাৱধানত এই অনুষ্ঠান পৰিচালিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে গাওঁখনৰ ১৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে স্থাপিত স্মাৰক শিলাস্তম্ভ উন্মোচন কৰা হয়। উন্মোচনী কাৰ্য্যসূচীত উপস্থিত থাকে উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোচা, প্ৰাক্তন কাৰ্য্যবাহী সদস্য দেপলাল হোজাই, জ্যেষ্ঠ নাগৰিকসকল আৰু গাওঁবাসীয়ে।

প্ৰাথমিক বিদ্যালয়খনত এই সম্পৰ্কীয় এখন সভাও অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ সোঁৱৰণি ধৰি ৰাখিবৰ বাবে নবদিলাংটিং নামৰ এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হয়, যিখন উন্মোচন কৰে মুখ্য অতিথি মুখ্য কাৰ্যবাহী বিষয়া গাৰ্লোচাই।

Apply Now

অনুষ্ঠানটোৰ মাজতে নিজৰ ভাষণত গাৰ্লোচাই বিজেপি চৰকাৰে যোৱা ১৮ মাহত কৰা অঞ্চলটোৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ লগতে বিগত কাৰ্যকালৰ নেতসকলক কঠোৰ সমালোচনা কৰে। তেওঁ অঞ্চলটোৰ অনুন্নয়নৰ কথা উল্লেখ কৰি কয় যে তেওঁ সকলোবোৰ সমস্যাৰ কথা টুকি লৈছে আৰু সমাগত দিনবোৰত এইবোৰৰ সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন, বিদ্যুৎ যোগান, ম’বাইল নেটৱৰ্ক আদি সমস্যাৰ সমাধান কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ডেৰশ বছৰৰ পিছতো গাওঁখনৰ এই পিছপৰা অৱস্থাত তেওঁ খেদ প্ৰকাশ কৰে। কাৰ্য্যবাহী সদস্য দাওলাগাপুৱেও অদূৰ ভৱিষ্যতে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সকলো সদস্যই চেষ্টা কৰি থকা বুলি কয়।

আনহাতে স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা এজন ইঞ্জিনীয়াৰ মহেন্দ্ৰ নুনিছাই অঞ্চলটোৰ সমস্যাবোৰ স্বাভাৱিক সমস্যা বুলি কয় আৰু এইবোৰক ক্ৰমে ক্ৰমে সমাধান কৰিব লাগিব বুলি কয়। কিন্তু একে সময়তে তেওঁ অঞ্চলটোৰ বাসিন্দাসকলক অৰ্থনৈতিকভাৱে সচ্ছল কৰি তোলাতো গুৰুত্ব দিয়ে। তাৰ বাবে কৃষি ক্ষেত্ৰক বিকাশ কৰাৰ কথা কয়।

উল্লেখযোগ্য যে প্ৰায় সকলো বক্তাই অঞ্চলটোৰ এজন নেতা প্ৰয়াত কে আৰ হোজাইৰ অৱদানৰ কথা একেমুখে স্বীকাৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd