• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হোটেল প্ৰগতি মেনৰত ‘ড০ হিমন্ত বিশ্ব কিয় মুখ্য মন্ত্ৰী নহ’ল’ শীৰ্ষক গ্ৰন্থ উন্মোচন

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 30, 2018 9:26 pm

1 min read

HimantaBishwaBook
134
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰৰ বহু চৰ্চিত নেতা ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ কিছুমান দিশত আলোকপাত কৰি লিখা এখন গ্ৰন্থ, ‘ড০ হিমন্ত বিশ্ব কিয় মুখ্য মন্ত্ৰী নহ’ল?’ আজি উন্মোচন কৰা হয়। মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত হোটেল প্ৰগতি মেনৰত গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখনৰ লেখক নিউজ লাইভত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক পংকজ শৰ্মা।

গ্ৰন্থ উন্মোচনী সভাত উপস্থিত আছিল ডি ৱাই ৩৬৫ ৰ কনচালণ্টিং এডিটৰ অতনু ভূঞা, নিউজ লাইভৰ মুখ্য সম্পাদক জেৰিৰ হুছেইন, নিউজ ১৮ অসম নৰ্থ ইষ্টৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য, আছাম টকচৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তী আৰু নিউজ লাইভৰ কনচালটিং এডিটৰ ধ্ৰুৱ মহন্ত।

অতনু ভূঞাই নিজৰ বক্তব্যত কয় যে বজাৰত অসমীয়া গ্ৰন্থৰ বিক্ৰী খুব বেয়া। বজাৰত অসমীয়া ভাষাৰ গ্ৰন্থ প্ৰায় নচলাই হৈছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এটা বিষয় যাৰ নামত কিতাপ লিখিলে বজাৰত চলাৰ যথেষ্ট সম্ভাৱনা আছে।

গ্ৰন্থখন প্ৰকাশ কৰিছে মৰমলেণ্ড নামৰ প্ৰকাশন গোষ্ঠীটোৱে।

Recent News

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

WhatsApp Image 2021-01-24 at 12.14.49 PM

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd