• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত আলফা (স্বাঃ) সদস্য আটক

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , December 28, 2017 9:26 pm

1 min read

তিনিচুকীয়াত আলফা (স্বাঃ) সদস্য আটক
198
VIEWS
Share on FacebookShare on Twitter

আজি তিনিচুকীয়া জিলাৰ পেঙেৰীত সেনা বাহিনী আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই আলফা (স্বাঃ)ৰ এজন ম্যানমাৰ প্ৰশিক্ষিত দুৰ্ধৰ্ষ সদস্যক আটক কৰে। আৰক্ষীয়ে দাবী কৰা অনুসৰি সদস্যজনক জিলাখনত বিভিন্ন ধন দাবী আৰু অন্যান্য সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত সঞ্জীৱ মৰাণ ওৰফে কলীয়া বুলি চিনাক্ত কৰা হৈছে। আটক কৰা সদস্যজনৰ পৰা এটা ০.৩২ পিষ্টল উদ্ধাৰ কৰা হৈছে। শীৰ্ষ আৰক্ষী বিষয়াসকলে পেঙেৰী থানাত মৰাণক জেৰা চলাই আছে। উল্লেখযোগ্য যে শেহতীয়াকৈ তিনিচুকীয়া জিলাত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাঃ)ৰ কাৰ্যকলাপৰ তীব্ৰতা ব্যাপকভাৱে বৃদ্ধি পাইছে। জিলাখনৰ বিভিন্ন ব্যৱসায়ী আৰু চাহ বাগানৰ মালিকক ধন দাবী তথা এজন ব্যৱসায়ীৰ পুত্ৰক অপহৰণ কৰাৰ উপৰি নিষিদ্ধ সংগঠনটোৱে কিছুদিন পূৰ্বে এজন স্থানীয় বিজেপি নেতা আৰু তেওঁৰ পুতেকক ঘৰতে গুলীয়াই হত্যা কৰিছিল। শেহতীয়া উক্ত দুয়োটা ঘটনাৰ পিছতে সংগঠনটোৱে অভূতপূৰ্বভাৱে স্থানীয় ৰাইজৰ প্ৰবল বিক্ষোভৰ সন্মুখীন হ’ব লগা হৈছিল।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd