DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
February 17, 2018 4:54 pm
leopard-570x320

প্রতিনিধিত্বমূলক ফটো

80
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে ৰাতিপুৱা এটা নাহৰফুটুকী বাঘে দহ বছৰীয়া কিশোৰ এজনক আক্ৰমণ কৰাৰ পিছত তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ পানবাৰী অঞ্চলৰ বাসিন্দা সকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

গুৰুতৰভাৱে আহত নাবালক গৰাকীক লক্ষীৰাম মুৰ্মু বুলি জানিব পৰা গৈছে। লক্ষীৰামে তেওঁৰ তিনিগৰাকী বন্ধুৰ সৈতে পানবাৰী বনাঞ্চলৰ গাতে লাগি থকা এখন মুকলি পথাৰত খেলি থকাৰ সময়তে পূৰ্ণবয়স্ক নাহৰফুটুকীয়ে কিশোৰজনক আক্ৰমণ কৰে।

বাঘটোৰ আক্ৰমণত মুৰ্মু গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে বাকী বন্ধু তিনিজন কোনো হানি নোহোৱাকৈ পলাই সাৰিবলৈ সক্ষম হয়।

আক্ৰান্ত কিশোৰজনক ততাতয়াকৈ ডিগবৈ সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হয়। তেওঁৰ দেহত কেইবাটাও আঘাতৰ চিনৰ লগতে ডিঙিত গভীৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰা গৈছে।

উশাহ-নিশাহত কষ্ট পাই থকা নাবালকগৰাকীক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ স্থানান্তৰ কৰা হৈছে।

তেওঁৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।

অসমত ব্যঘ্ৰ পিয়লৰ কাম চলি থকাৰ সময়তে বন্যপ্ৰাণী-মানুহৰ এই সংঘাতৰ ঘটনাই ডিগবৈ বন বিভাগৰ দায়িত্ব অধিক বৃদ্ধি পোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

স্থানীয় লোকৰ ধাৰণা যে বন্যপ্ৰাণীৰ সাম্ৰাজ্যখন সুৰক্ষিত তথা সংৰক্ষিত কৰা, গ্ৰাম্য তথা থলুৱা লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাটোৱে মানুহৰ ক্ষতিৰ লগতে সংঘাত তথা ধ্বংস ৰোধ কৰাৰ উপায়।

 

Recent News

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd