DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজপুৰত পথ মেৰামতিত বিত্তীয় খেলিমেলিৰ অভিযোগ স্থানীয় ৰাইজৰ

দিপ কুমাৰ কলিতা by দিপ কুমাৰ কলিতা
December 16, 2017 9:44 pm
128
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ জিলাৰ তেজপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ইণ্ডিৰা নগৰ গাঁৱৰ ৰাস্তাৰ মেৰামতিৰ বাবে আবণ্টন কৰা ধনৰ বিত্তীয় খেলিমেলিয়ে অঞ্চলটোৰ আবাসী সকলৰ মাজত অসন্তোষ্টিৰ সৃষ্টি কৰিছে। এই সম্পৰ্কত গাঁওবাসীয়ে বিষয়টোত যথাযোগ্য অনুসন্ধান কৰিবলৈ গাভৰু আঞ্চলিক গাঁও পঞ্চায়তৰ তদাৰক কমিটিক এখন স্মাৰকপত্ৰ দাখিল কৰে। প্ৰাপ্ত তথ্য মতে ইণ্ডিৰা নগৰ ৰবৰ বাগান হৈ ধনোৱা নগৰ প্ৰেট্ৰল পাম্পৰ পৰা বুৰাডাঙৰীয়া ঠানলৈ থকা তেজপুৰৰ মূল পথ সংযোগী প্ৰায় ৩০০ মিটাৰৰ পথটো প্ৰায় বিধ্বস্ত হৈ পৰাত সংশ্লিষ্ট কৰ্তৃপক্ষই পথটোৰ মেৰামতিৰ বাবে    অনুমোদন জনাইছিল। মন কৰিব লগীয়া যে উক্ত পথটো বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২০০০ আবাসীৰ বাবে জীৱন ৰেখা স্বৰূপ। উল্লেখযোগ্য যে এজন ঠিকাদাৰে পথটোৰ কাষৰ পুৰণি নলাটোৰ মেৰামতিৰ লগতে  নতুনকৈ এটা নলা খান্দিবলৈ লোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত কিছু আশাৰ সঞ্চাৰ হোৱা দেখা যায়। কিন্তু পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰাকৈ কেৱল পুৰণি নলাটো মেৰামতি আৰু নতুনকৈ মাত্ৰ ৩০ ৰ পৰা ৪০ মিটাৰৰ এটা নলা খান্দিয়েই ঠিকাদাৰজন অন্তৰ্ধান হৈ পৰে। লক্ষণীয় যে  অঞ্চলবাসীয়ে পিছত ধনোৱা নগৰ প্ৰেট্ৰল পাম্পৰ কাষত লগাই থোৱা এখন ফলকৰ পৰা গম পাই যে উক্ত পথটোত  ১৩৫ মিটাৰ দৈৰ্ঘ্যৰ নলাৰ কামৰ বাবে ৪,৯৯,৩০০ টকাৰ পুঁজি আবণ্টন দিয়া হৈছিল। পথৰ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰাকৈ এই দৰে ৰাজহুৱা ধনৰ অপচয় কৰা কাৰ্যই অঞ্চলবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে গাঁও পঞ্চায়তক বিষয়টো তদন্তৰ বাবে উক্ত স্মাৰকপত্ৰ প্ৰদান কৰে।

Recent News

Rahul Gandhi Lok Sabha election

লক্ষ্য ২৪: বিৰোধীৰ মহা বৈঠকত উপস্থিত থাকিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

তিনিচুকীয়াত শহুৰেকৰ আক্ৰমণত প্ৰাণ গ’ল গৰ্ভস্থ শিশুসহ গৰ্ভৱতী মহিলাৰ

Manipur Violence

অশান্ত মণিপুৰ: সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত তিনিগৰাকী নিহত

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

কেতিয়াও নকৰে প্ৰৱঞ্চনা, প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু এইকেইটা ৰাশিৰ ছোৱালী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd