DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজপুৰৰ পৰা নিৰুদ্দেশ হোৱা মহিলা আৰু শিশু উদ্ধাৰ হ’ল গুজৰাটত

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 6, 2018 12:55 pm
Missing-mother-son-
148
VIEWS
Share on FacebookShare on Twitter

অসমৰ তেজপুৰৰ এগৰাকী মহিলা আৰু তেওঁৰ আঠবছৰীয়া শিশু সন্তান আজিৰ পৰা প্ৰায় ২৪ দিন আগতে নাটকীয়ভাবে তেজপুৰৰ পৰা নিৰুদ্দেশ হৈছিল। নিৰুদ্দেশ সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে অনুসন্ধান চলায় মহিলাগৰাকী আৰু শিশুটোক সোমবাৰে গুজৰাটৰ গান্ধীধামৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি মঙলবাবে তেজপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে তেজপুৰৰ লালমাটি আৰক্ষী চকীৰ অন্তৰ্গত কুমাৰগাঁৱৰ নিবাসী মুকুট বৰুৱাৰ পত্নী কবিতা বৰুৱা(২৫) আৰু তেওঁৰ পুত্ৰ কৃকাংশু বৰুৱাই যোৱা ১২ জানুৱাৰিৰ দিনাই তেজপুৰৰ পৰা হঠাৎ অন্তৰ্ধান হৈছিল। জানিব পৰা মতে কবিতা বৰুৱাই সেইদিনা পুত্ৰৰ লগত তেজপুৰস্থিত গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল আৰু তেতিয়াই হঠাৎ অন্তৰ্ধান হৈছিল।

পৰিয়ালৰ লোকে নিৰুদ্দেশৰ কথা গম পাই বিচাৰিছিল যদিও কোনো শু-সূত্ৰ উলিয়াব নোৱাৰাত মুকুট বৰুৱাই লালমাটি আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ ৰুজু কৰে।

লালমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম শৰ্মাই আমাক জানিবলৈ দিয়ে যে নিৰুদ্দেশ হোৱা মহিলা আৰু শিশুজনক উদ্ধাৰৰ বাবে আমি মহিলাগৰাকীৰ মোবাইলটো ট্ৰেক কৰিছিলো আৰু তেতিয়াই আমি আশ্বস্ত হ’লো যে তেওঁলোক গুজৰাটৰ গান্ধীধামত আছে। সেই তথ্যৰ ভিত্তিতে তেজপুৰৰ এটা আৰক্ষীৰ দলে গুজৰাটলৈ ৰাওনা হয় আৰু তাত গুজৰাট আৰক্ষীৰ সহায়ত গান্ধীধাম আৰক্ষী থানাৰ অন্তৰ্গত যশৱান্ত কুমাৰ শংকৰৰ বাসগৃহৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।

ইয়াৰ উপৰি শৰ্মাই কয় যে আৰক্ষীয়ে যশৱন্তকো গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান তিনিওজনকে আৰক্ষীৰ দলটোৰ তত্বাৱধানত তেজপুৰলৈ আনি থকা হৈছে। তেওঁলোক তিনিদিনৰ পিছত তেজপুৰ আহি পাব বুলিও জনায়।

আনহাতে ঘটনাৰ আঁৰত কিবা ৰহস্য জড়িত হৈ আছে নেকি সেয়া তদন্তত স্পষ্ট হ’ব বুলি জনায় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম শৰ্মাই।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd