DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজপুৰ পৰ্যটন সম্ভাৱনাৰে ভৰি আছে : ৰাজ্যপাল জগদীশ মুখী

দীপ কলিতা by দীপ কলিতা
December 19, 2017 10:30 pm
তেজপুৰ পৰ্যটন সম্ভাৱনাৰে ভৰি আছে : ৰাজ্যপাল জগদীশ মুখী
480
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে তেজপুৰত আয়োজিত এখন সভাত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে তেজপুৰত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে, ইয়াক সম্পূৰ্ণ ব্যৱহাৰ কৰা দৰকাৰ। ‘অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত বহুত চহকী আৰু তেজপুৰ পৰ্যটনৰ সম্ভাৱনাৰে ভৰি আছে। ৰাজ্যখনলৈ পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ঐতিহাসিক স্থান, যাতায়াত ব্যৱস্থা আৰু ইণ্টাৰনেট ব্যৱস্থাক সুচল কৰি তুলিব লাগিব।’ তেওঁ লগতে কয়। ৰাজ্যপাল গৰাকীয়ে অনুষ্ঠানটোত স্বচ্ছ ভাৰত অভিযানৰ যথাযথ ৰূপায়ণৰ উপৰতো গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে তেজপুৰ ভ্ৰমণসূচীত ৰাজ্যপাল গৰাকীয়ে জিলাখনৰ উপায়ুক্ত কাৰ্যালয়ৰ বিষয়-ববীয়া সকলৰ লগতো এক আলোচনাত মিলিত হয়। উক্ত আলোচনাত শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা, আৰক্ষী অধীক্ষক পি পি সিং, আৰু অন্যান্য বিষয়া সকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে তেওঁ তেজপুৰত চলি থকা উদ্যোগ আৰু বাণিজ্যমেলাত আয়োজিত এক অনুষ্ঠানত অংশ লয়। য’ত তেওঁ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এখন স্মৰণিকাও উন্মোচন কৰে।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd