DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত অৱসান হ’ব দুই দশকজোৰা চি পি আই (এম) শাসনৰ : ‘নিউজ এক্স-জন কী বাত’ সমীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2018 9:22 pm
Manik_Sarkar

336
VIEWS
Share on FacebookShare on Twitter

নিউজ এক্স-জন কী বাতে ১৮ ফেব্ৰুৱাৰিত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা ত্ৰিপুৰাত দুই দশকজোৰা চি পি আই (এম) চৰকাৰৰ অৱসানৰ ভৱিষ্যদ্বাণী কৰিছে।

তেওঁলোকে চলোৱা সমীক্ষাই বিজেপি-আই পি এফ টিৰ বিজয়ৰ ভৱিষ্যদ্বাণী কৰিছে। ৱান ইণ্ডিয়াৰ প্ৰতিবেদন মতে সমীক্ষাটো অনুসৰি বিজেপি মিত্ৰজোঁটে ৬০ জনীয়া বিধানসভাৰ ৩১-৩৭ খন আসন দখল কৰিব।

শাসনাধিষ্ঠিত চি পি আই (এম)এ ২৩-২৯ খন আসন পোৱাৰ বিপৰীতে কংগ্ৰেছ আৰু অন্যান্য দলে ৰাজ্যখনত কোনো আসন নাপায়।

সমীক্ষাটো অনুসৰি দেশৰ দৰিদ্ৰতম মুখ্য মন্ত্ৰী মানিক চৰকাৰ ধানপুৰ সমষ্টিত পুনৰ নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।

চৰকাৰে ১৯৯৮ চনৰ ১১ মাৰ্চত শাসনভাৰ হাতত লৈছিল। চি পই আই (এম)ৰ পলিটব্যুৰ’ সদস্য চৰকাৰে ৮ম বাৰৰ বাবে ৰাজ্যখনত বাওঁ চৰকাৰ গঠনৰ বাবে ৰাইজৰ ভোট ভিক্ষা কৰিছে।

বিজেপি মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে বিভাজনমূলক ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি চৰকাৰে অভিযোগ কৰি আহিছে।

১৮ ফেব্ৰুৱাৰিত ভোটগ্ৰহণ হ’ব লগা ৬০ জনীয়া বিধানসভাখনৰ ভোট গণনা হ’ব ৩ মাৰ্চ তাৰিখে।

Recent News

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd