• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ দুৰ্গম অঞ্চলৰ এটি জনজাতীয় পৰিয়ালৰ দুৰ্দশাগ্ৰস্ত জীৱন গাথা

পান্না ঘোষ by পান্না ঘোষ
April 6, 2018 10:35 am
nn2-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীয়াই থকাৰ বাবে জীৱন সংগ্ৰামৰ কাহিনীতকৈয়ো কিছু গভীৰ এই মানৱ অস্তিত্বৰ কৰুণ গাথা। ত্ৰিপুৰাত বিগত বহু বছৰ ধৰি এটি আঠজনীয়া পৰিয়ালে বন্যাভৰণৰ মাজত এক দু:সহ জীৱন যাপন কৰি আহিছে।

বসবাসৰ বাবে এটুকুৰা উপযুক্ত স্থানৰ অভাৱত পাৰ হৈ যোৱা বছৰবোৰ চৰম দুৰ্দশাৰ মাজেৰে পাৰ কৰিছে মাৰ্জিন দেববাৰ্মা নামৰ লোকজনৰ আঠজনীয়া পৰিয়ালটোৱে।

Apply Now

তেওঁলোকৰ ঘৰটোৰ চাৰিবেৰ কলপাতেৰে নিৰ্মিত। গৰমেই হওক বা শীতেই হওঁক, বৰষুণেই হওঁক কিম্বা তাপেই হওঁক এই কলপাতৰ বেৰ চাৰিখনেই পৰিয়ালটোক সকলো সময়তে সুৰক্ষা দি আহিছে।

আধুনিক ভাৰতৰ আন এক ছবি য’ত আনকি স্বাধীনতাৰ ৭০ বছৰ পিছতো উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ লোকে থাকিবলৈ এটুকুৰা বাসোপযোগী স্থান বিচাৰি পোৱা নাই।

মাৰ্জিন দেববাৰ্মা, তেওঁৰ মাতৃ প্ৰভা দেৱী জামাতিয়া, পত্নী গোলাপ জামাতিয়াৰ সৈতে তিনিজন পুত্ৰ আৰু দুজনী কন্যা এই কলপাতেৰে সজা ঘৰটোত বাস কৰে য’ত সাধাৰণভাৱে বসবাস কৰাৰ বাবে প্ৰয়োজনীয় বিদ্যুৎ,পানীকে ধৰি বুনিয়াদী সা-সুবিধাসমূহৰ অভাৱ।

বিগত ২৫ বছৰ ধৰি ৰাজ্যখনত বাওঁমৰ্চাৰ চৰকাৰে শাসন কৰিছিল আৰু এই ২৫ বছৰত মাৰ্জিন দেববাৰ্মাৰ পৰিয়ালটোৰ কোনো পৰিৱৰ্তন সাধন নহ’ল।

ত্ৰিপুৰাৰ এক দুৰ্গম জনজাতীয় অধ্যুষিত অঞ্চল গোমাটি জিলাৰ অন্তৰ্গত অমৰপুৰ খণ্ডৰ এই বঞ্চিত পৰিয়ালটোলৈ বাৰে বাৰে জনোৱা আবেদনৰ পিছতো কোনো চৰকাৰী সাহায্য গৈ ঢুকি নাপালে।

উল্লেখযোগ্য যে এই আঠজনীয়া পৰিয়ালটোৰ ভিতৰত কেৱল মাৰ্জিন আৰু তেওঁৰ মাকৰ নামহে ৰেচন কাৰ্ডত উল্লেখ আছে। যদিও তেওঁলোকে এখন  বিপিএল কাৰ্ড লাভ কৰিছে, তেওঁলোকে কিন্তু গৃহ আৱন্টনৰ কোনো সুবিধা লাভ কৰা নাই।

পূৰ্ৰ চৰকাৰৰ অপশাসনৰ বাবে এই ৰাজ্যৰ জনজাতীয় লোকসকলে জীৱনৰ বুনিয়াদী সা-সুবিধাসমূহৰ পৰা বঞ্চিত হৈছে।

এতিয়া নতুন ভাৰতীয় জনতা দলৰ চৰকাৰখনে ত্ৰিপুৰাৰ এই জনজাতীয় লোকসকলক কিমানদূৰ এটা ভাল জীৱন-যাপনৰ সুযোগ আগবঢ়ায় সেয়া লক্ষ্যণীয় হ’ব।

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd