DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাৰ নতুন মন্ত্ৰী বিপ্লব কুমাৰ দেবলৈ বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ শুভেচ্ছা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 10:33 pm
bangladesh-prime-minister-sheikh-hasina-570x320
188
VIEWS
Share on FacebookShare on Twitter

আজি শপত গ্ৰহণ কৰা ত্ৰিপুৰাৰ নতুন মন্ত্ৰী বিপ্লব কুমাৰ দেবক বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই শুভেচ্ছা জ্ঞাপন কৰিছে।

মুখ্য মন্ত্ৰীৰ সচিবালয়ৰ এক প্ৰেছ বিবৃতিত প্ৰকাশ, ‘ঢাকাৰ পৰা বাংলাদেশৰ প্ৰধান মন্ত্ৰীয়ে দেবলৈ ফোন কৰি তেওঁৰ লগতে তেওঁৰ মন্ত্ৰীসভাক শুভেচছা জনায়।’

উল্লেখযোগ্য যে ৪৮ বছৰ বসয়ীয়া বিপ্লব দেবৰ উপৰিপুৰুষৰ ঘৰ দক্ষিণ-পূব বাংলাদেশৰ চিত্তাগং মণ্ডলৰ চাণ্ডপুৰত। তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আছিল।

২০১১ চনৰ জানুৱাৰিত দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰা ভ্ৰমণ কৰা হাছিনাই দেবক কয় যে তেওঁৰ চৰকাৰে সামূহিক স্বাৰ্থ আগত ৰাখি ত্ৰিপুৰা চৰকাৰৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰি যাব।

আজি আগৰতলাৰ আছাম ৰাইফলছৰ খেলপথাৰত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ পিতামহ লালকৃষ্ণ আদৱানি, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ, জ্যেষ্ঠ নেতা ৰাম মাধৱ, সুনীল দেওধৰ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, অসমৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহু জ্যেষ্ঠ নেতা- কৰ্মী উপস্থিত আছিল।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd