• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী পদৰ দৌৰত প্ৰাক্তন আৰ এছ এছ কৰ্মী বিপ্লব দেব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2018 5:34 pm
ৰাজনাথ সিঙৰ সৈতে ত্ৰিপুৰা বিজেপিৰ সভাপতি বিপ্লব দেব আৰু কেন্দ্ৰীয় নিৰীক্ষক সুনিল দেওধৰ

ৰাজনাথ সিঙৰ সৈতে ত্ৰিপুৰা বিজেপিৰ সভাপতি বিপ্লব দেব আৰু কেন্দ্ৰীয় নিৰীক্ষক সুনিল দেওধৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত বিজেপি-আই পি এফ টি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰা সময়তে বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন আৰ এছ এছ কৰ্মী বিপ্লব দেব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে।

প্ৰাপ্ত তথ্য মতে, যদিহে বিজেপি-আই পি এফ টি মিত্ৰজোঁটে চৰকাৰ গঠন কৰে তেন্তে ত্ৰিপুৰা বিজেপিৰ সভাপতি তথা জিমকেন্দ্ৰৰ প্ৰাক্তন প্ৰশিক্ষক বিপ্লব দেব হ’ব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্য মন্ত্ৰীৰ মুখ্য দাবীদাৰ।

Apply Now

উল্লেখ্য যে ৪৯ বছৰীয়া বিপ্লব দেব হৈছে দেশৰ ভিতৰতে কনিষ্ঠতম ৰাজ্যিক বিজেপি সভাপতি। বাওঁ শাসনাধিস্থ ত্ৰিপুৰাত তেওঁ দলটোক সম্পূৰ্ণ নতুনকৈ গঢ়ি তুলি তুলিছে বুলি কোৱা হয়।

ইলেকশ্যন কমিশ্যনৰ শেহতীয়া তথ্য মতে, ৬০ খন আসনৰ ত্ৰিপুৰা বিধানসভাৰ এতিয়ালৈকে চলি থকা ভোট গণনা অনুসৰি ত্ৰিপুৰাত বিজেপিয়ে ২৯ খন আসন লাভ কৰাৰ লগতে ৬ খনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে আই পি এফ টিয়ে ৭ খন আসন লাভ কৰাৰ লগতে ১ খনত আগবাঢ়ি আছে।

আনহাতে, শাসনাধিস্থ চিপিআই (এম)এ ১১ টা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে ৫ টা সমষ্টিত আগবাঢ়ি আছে বুলি তথ্যটোত প্ৰকাশ পাইছে।

প্ৰাপ্ত তথ্য মতে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয়, ‘একপ্ৰকাৰে সমগ্ৰ উত্তৰ-পূবে এতিয়া বিজেপিৰ হাতত। আৰম্ভণিতে, আমি ‘কংগ্ৰেছ-মুক্ত ভাৰত’ বুলি কৈছিলো, এতিয়া আমি ‘বামপন্থা মুক্ত ভাৰত’ বুলিও কব পাৰিম।’

আগৰটলাত অনুষ্ঠিত এক সংবাদ মেলক সম্বোধন কৰি বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধবে ত্ৰিপুৰাত দলটো চৰকাৰ গঠনৰ দিশত বুলি মন্তব্য কৰে।

নিৰ্বাচনৰ ফলাফলৰ গতিধাৰাক লৈ তেওঁলোক ‘সন্তুষ্ট’ বুলি উল্লেখ কৰি তেওঁ কয়, ‘আমি অন্তিম সিদ্ধান্তলৈকে অপেক্ষা কৰিম’। এই ‘ঐতিসাহিক ৰায়দান’ত বিজেপি-আই পি এফ টি মিত্ৰজোঁটে ত্ৰিপুৰাত ৪০ খনতৈ বেছি আসন লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে যদিও কয় যে অন্তিম ফলাফল নোলোৱালৈকে কোনো সিদ্ধান্তত জঁপিয়াই পৰাটো বিবেচক নহ’ব।

তেওঁ উক্ত ফলাফলক প্ৰধান মন্ত্ৰীৰ কঠোৰ শ্ৰমৰ সাক্ষ্য বুলি মন্তব্য কৰাৰ লগতে বিজেপি সভাপতি অমিত শ্বাহৰো প্ৰশংসা কৰে।

আনহাতে নাগালেণ্ডত এন ডি পি পি- বিজেপি মিত্ৰজোঁটে ভাল প্ৰদৰ্শন কৰিছে বুলি উল্লেখ কৰি ৰাম মাধবে লগতে কয় যে মেঘালয়ত কোনো দলৰে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নোহোৱা অৱস্থা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd