DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাৰ সাংবাদিক হত্যাৰ ঘটনাৰ চি বি আই তদন্ত হ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2018 4:49 pm
Reporter Protest

গুৱাহাটীতো সুদীপ দত্ত ভৌমিকক হত্যাৰ প্ৰতিবাদ

74
VIEWS
Share on FacebookShare on Twitter
নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ত্ৰিপুৰাত নতুনকৈ গঠিত বিজেপি চৰকাৰে নিৰ্বাচনৰ কিছু দিন পূৰ্বে ৰাজ্যখনত সংঘটিত সাংবাদিক হত্যাৰ ঘটনাটোৰ চি বি আই তদন্ত দিয়াৰ সিদ্ধান্ত লৈছে। নতুন চৰকাৰখনে ১০ ফেব্ৰুৱাৰিত বহা ইয়াৰ প্ৰথমখন কেবিনেট বৈঠকতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লৈছে।
উল্লেখযোগ্য যে ত্ৰিপুৰাত যোৱা বছৰৰ শেষৰ ফালে শান্তনু ভৌমিক আৰু সুদীপ দত্ত ভৌমিক নামৰ সাংবাদিক দুজনৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছিল। সাংবাদিক সমাজে তেতিয়াৰ পৰাই দুয়োটা ঘটনাৰ তদন্ত চি বি আইক দিয়াৰ বাবে দাবী জনাই আহিছিল। আনহাতে বিজেপিয়েও নিৰ্বাচনী প্ৰচাৰৰ সময়ত চৰকাৰ গঠন কৰিব পাৰিলে ঘটনাকেইটাৰ চি বি আই তদন্ত কৰাব বুলি প্ৰতিশ্ৰুতি দিছিল।
সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰি নৱ নিৰ্বাচিত মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে কয়, ‘মন্ত্ৰী পৰিষদে ইয়াৰ প্ৰথমখন বৈঠকতে দুয়োটা ঘটনাৰে সবিশেষ আলোচনা কৰে আৰু দুয়োটা গোচৰ চি বি আইক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আইন বিভাগক ৰাজ্য চৰকাৰৰ অনুমোদনটো প্ৰেৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আমাৰ চি বি আইৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। তেওঁলোকে যথা সম্ভৱ সোনকালে এই ঘটনাৰ তদন্ত কৰিব পাৰিব।’
আনহাতে নতুন চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে বিভিন্ন পক্ষই। চি বি আইৰ তদন্তই ঘটনা দুটাৰ আঁৰৰ কাৰণবোৰ পোহৰলৈ আনিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

Recent News

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd