DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 22, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2018 1:31 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত এ কে জ্যোতি

মুখ্য নিৰ্বাচনী আয়ুক্ত এ কে জ্যোতি

137
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ আজি দিন ঘোষণা কৰা হয়।

দুপৰীয়া ১২ বজাত এক সংবাদমেল সম্বোধন কৰি নিৰ্বাচন আয়োগে ৰাজ্য তিনিখনত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত ভোটদান অনুষ্ঠিত কৰাৰ বিপৰীতে ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড আৰু মেঘালয়ত ভোটদান অনুষ্ঠিত হ’ব৷ উল্লেখযোগ্য যে তিনিওখন ৰাজ্যতে ৬০ খনকৈ বিধান সভা আসন আছে।

আনহাতে ৩ মাৰ্চত তিনিওখন ৰাজ্যৰ ভোট গণনা তথা ফলাফল ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী আয়ুক্ত এ কে জ্যোতিয়ে৷

উল্লেখযোগ্য যে এইবাৰ তিনিখন ৰাজ্যৰ সকলো ভোটকেন্দ্ৰতে প্ৰথমবাৰৰ কাৰণে ভি ভি পি এ টি ব্যৱস্থাৰে ভোটাৰসকলে ভোটদান সাব্যস্ত কৰিব পাৰিব।

অহা মাৰ্চত তিনিওখন ৰাজ্যৰ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল অন্ত পৰিব। মেঘালয়ত মুকুল চাংমাৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ চলি থকাৰ বিপৰীতে ত্ৰিপুৰাত মাণিক সৰকাৰ নেতৃত্বাধীন চি পি আই এমৰ চৰকাৰ আৰু নাগালেণ্ডত মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙৰ নেতৃত্বত এন পি এফ ৰ শাসণ চলি আছে।

আজি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰা তিনিখন ৰাজ্যতে নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰা হয়।

Recent News

মোডী বিৰোধী পোষ্টাৰক লৈ ৩৬ টা গোচৰ, ৬ জনক গ্ৰেপ্তাৰ

মোডী বিৰোধী পোষ্টাৰক লৈ ৩৬ টা গোচৰ, ৬ জনক গ্ৰেপ্তাৰ

ডাঙৰ খবৰ : ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত

ডাঙৰ খবৰ : ২০২৩ ৰ ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত

ভিডিঅ’ গেম খেলাৰ বাবেই কাছাৰত মৰিয়াই মৰিয়াই হত্যা নাবালকক

ভিডিঅ’ গেম খেলাৰ বাবেই কাছাৰত মৰিয়াই মৰিয়াই হত্যা নাবালকক

অৰুণাচলত উদযাপন কৰা হ’ল ভাৰত-ভূটানৰ ‘বন্ধুত্ব উৎসৱ’

অৰুণাচলত উদযাপন কৰা হ’ল ভাৰত-ভূটানৰ ‘বন্ধুত্ব উৎসৱ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd