DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ষ্টুডেণ্টছ অলিম্পিক এছিয়ান গেমছ : ত্ৰিপুৰা চেম্পিয়নৰ হাতত পৰাস্ত পাকিস্তান

পিনাকী দাস by পিনাকী দাস
August 4, 2018 10:01 am
vlcsnap-2018-08-04-00h54m32s133
97
VIEWS
Share on FacebookShare on Twitter

থাইলেণ্ডত অনুষ্ঠিত হোৱা ষ্টুডেণ্টছ অলিম্পিক এছিয়ান গেমছত ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্ব শাসিত জিলা পৰিষদৰ ফুটবল দলটোৱে পাকিস্তানৰ দলটোক পৰাস্ত কৰিছে।

ঘৰুৱা থাইলেণ্ড দলটোৰ উপৰিও এই টু্নামেণ্টখনত ভাৰত, পাকিস্তান আৰু বাংলাদেশে অংশগ্ৰহণ কৰিছিল।

ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্ব শাসিত জিলা পৰিষদৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী সদস্য পৰিক্ষিত মুৰাসিঙে আগৰতলা ৰেলৱে ষ্টেশ্যনত ছাত্ৰ ফুটবল দলটোক আদৰণি জনায়। এই দলটো এতিয়া সমগ্ৰ এছিয়াতে সৰ্বোৎকৃষ্ট ফুটবল দল হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে ১৭ অনূৰ্ধ্বৰ এই দলটোত অধিকাংশ খেলুৱৈয়েই ত্ৰিপুৰাৰ। দলটোত হাৰিয়ানা আৰু দিল্লীৰ পৰা ৩ জনকৈ খেলুৱৈ সন্নিৱিষ্ট আছে। ক্ষিপুৰাৰ ছাত্ৰৰ ফুটবল দলটোৱে থাইলেণ্ডৰ পাট্টায়াত অনুষ্ঠিত প্ৰতিযোগিতাখনত পাকিস্তানক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছিল।

ইয়াৰ পূৰ্বে দলটোৱে কোৱাৰ্টাৰ ফাইনেলত বাংলাদেশক আৰু ছেমি ফাইনেলত থাইলেণ্ডক ৭-০ৰ ব্যৱধানত পৰাস্ত কৰিছিল।

ত্ৰিপুৰা দলটোৰ কেপ্টেইন হৈছে উজ্জল দেববাৰ্মা আৰু ব্যৱস্থাপক হৈছে অনীল শৰ্মা।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্ব শাসিত জিলা পৰিষদৰ ফুটবল দলটোৱে মণিপুৰ দলটোক পৰাস্ত কৰি চেম্পিয়ন হৈছিল।

অহা ৬ আগষ্টত নুৱাইৰ খুমুলৱাং প্ৰেক্ষাগৃহত এটা সম্বৰ্ধনা অনুষ্ঠান পাতি ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্ব শাসিত জিলা পৰিষদৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা ফুটবল দলটোক সম্বৰ্ধনা জনোৱা হ’ব।

Recent News

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd