DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দাঁতকটা গাওঁ-ৰামতামুলী বৰিগাওঁ সংযোগী পথৰ দুৰাৱস্থাত ৰাইজৰ ক্ষোভ

নবকমল মহন্ত by নবকমল মহন্ত
December 10, 2017 12:05 pm
দাঁতকটা গাওঁ-ৰামতামুলী বৰিগাওঁ সংযোগী পথৰ দুৰাৱস্থাত ৰাইজৰ ক্ষোভ
168
VIEWS
Share on FacebookShare on Twitter

পৰিবৰ্তনৰ আশাৰে নগাওঁ জিলাৰ কলিয়াবৰৰ হাটবৰ অঞ্চলৰ ৰাইজে বহুমূলীয়া ভোট প্ৰদান কৰি নতুন চৰকাৰ গঠনত অৰিহণা যোগাইছিল যদিও  অঞ্চলটোৰ বাট পথৰ ক্ষেত্ৰত কোনো পৰিবৰ্তন দেখা নাপালে অঞ্চলটোৰ জনসাধাৰণে । ৰাইজে কৰা অভিযোগ অনুসৰি দাঁতকটা গাওঁ হৈ বৰিগাওঁ সংযোগী পথৰ মেৰামতিৰ কাম প্ৰায় ৮ মাহ ধৰি বন্ধ কৰি ৰাখিছে ৰাস্তাৰ কামত নিয়োজিত ঠিকাদাৰে। আনহাতে এক তথ্যৰ পৰা জানিব পৰা মতে হাটবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই পথচোৱা নিৰ্মাণৰ  বাবদ ৪০ লাখ টকা কলিয়াবৰ উন্নয়ন খণ্ডৰ পৰা আৱন্টন দিয়া হৈছে ।

কিন্তু চি চি ব্লক ইটাৰে নিৰ্মাণ হ’বলগীয়া ৰাস্তাটোৰ কাম কেৱল শিল বালিৰে নিৰ্মাণ কৰি নিজৰ দায়িত্ব সামৰিছে বুলি স্থানীয় একাংশ ৰাইজে ঠিকাদাৰজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ৰাইজে অভিযোগ কৰা অনুসৰি বিগত ৮ মাহে ঠিকাদাৰ জনে বাৰিষা বৰষুণৰ বাবে কাম কৰিব নোৱাৰাৰ অজুহাত দেখুৱাৰ বিপৰীতে খৰালি পথ নিৰ্মাণৰ আৰ্থিক সাহায্য নোপোৱাৰ অজুহাত দেখুৱাই আহিছে । প্ৰায় ৮০০ মিটাৰ দুৰত্বৰ দুখন গাওঁ সংযোগী পথছোৱাৰ কিছু কিছু ঠাইত বৰ্তমান ঘাঁহ গজা পৰিলক্ষিত হৈছে। বাৰিষাত এই পথৰ অৱস্থা তেনেই তথৈবচ হোৱাৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ যোৱাত চৰম অসুবিধাৰ সন্মুখীন হয় বুলি ৰাইজে জানিবলৈ দিয়ে। অঞ্চলটোৰ ৰাইজে পথচোৱাৰ নিৰ্মাণ অতি সোনকালে কৰিবলৈ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক আহ্বান জনোৱাৰ লগতে এই কামটোত তেখেতৰ হস্তক্ষেপ দাবী কৰে।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd