DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিনজান সেনা ছাউনি ভ্ৰমণ সেনা মুৰব্বীৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
December 29, 2017 9:33 pm
224
VIEWS
Share on FacebookShare on Twitter

আজি সেনা বাহিনীৰ মুৰব্বী বিপিন ৰাৱতে ডিব্ৰুগড়ৰ দিনজান সেনা ছাউনি পৰিভ্ৰমণ কৰে। দুদিনীয়া ভ্ৰমণ সূচী লৈ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা সেনা বাহিনীৰ মুৰব্বীজন আজি তেওঁৰ ভ্ৰমণ সূচী সামৰি নতুন দিল্লী লৈ ৰাওনা হয়। লগতে তেওঁ ডিব্ৰুগড়ৰ নৱম ৰাজপুতনা ৰাইফলচৰ সেনা শিবিৰ পৰিদৰ্শন কৰে। সূত্ৰ অনুসৰি জেনেৰেল ৰাৱতক অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত সংক্ষিপ্তসাৰ দাখিল কৰে দাও ডিভিজনৰ মেজৰ জেনেৰেল গজিন্দৰ সিঙে। যোৱা ৰাতি মণিপুৰত থকা সেনা মুৰব্বীজন আজি পোনে পোনে আহি ডিব্ৰুগড়ত উপস্থিত হয়। সেনা বাহিনীৰ শীৰ্ষ সূত্ৰৰ খবৰ অনুসৰি মুৰব্বীজনে তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশৰ উগ্ৰপন্থী বিৰোধী অভিযানৰ বুজ লয়। উল্লেখযোগ্য যে শেহতীয়াকৈ আলফা (স্বাঃ)এ তিনিচুকীয়াৰ স্থানীয় এজন যুৱকক অপহৰণ কৰাৰ লগতে বিজেপিৰ এজন স্থানীয় নেতা আৰু তেওঁৰ পুত্ৰক গুলীয়াই হত্যা কৰাৰ ঘটনাই জিলাখনৰ লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। উক্ত ঘটনাৰ পিছতে উগ্ৰপন্থীৰ বিৰুদ্ধে যৌথ অভিযান আৰম্ভ কৰা হৈছিল।

Recent News

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd