• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিনটোৰ ২৪ ঘণ্টাই কাৰ্যকৰী হৈ থাকিব গুৱাহাটী বিমানবন্দৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 17, 2018 5:02 pm

1 min read

গুৱাহাটী বিমানবন্দৰ
111
VIEWS
Share on FacebookShare on Twitter

অহা ২৫ মাৰ্চৰ পৰা গুৱাহাটী বিমানবন্দৰ দিনটোৰ ২৪ ঘণ্টা ধৰি কাৰ্যকৰী হৈ থাকিব। গুৱাহাটীৰ উপৰি ৰাইপুৰ, পাটনা, ৰাঁচিৰ পৰাও প্ৰতিদিনাই ২৪ ঘণ্টা ধৰি বিমান চলিব।

উল্লেখযোগ্য যে এয়াৰপ’ৰ্ট অথৰিটি অব ইণ্ডিয়াৰ(এ এ আই) অধীনত চলা দেশৰ ১২৫টা বিমানবন্দৰৰ ভিতৰত বৰ্তমান কেৱল ৩০ বিমানবন্দৰৰ পৰা হে দিনটোৰ ২৪ ঘণ্টা বিমান চলাচল অব্যাহত আছে।

২৫ মাৰ্চৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা দিনটোৰ ২৪ ঘণ্টায়ে বিমান চলাচল কৰাৰ লগতে বিমানবন্দৰটোত অতি শীঘ্ৰেই এটা নতুন টাৰ্মিনেল বিল্ডিং স্থাপন কৰা হ’ব। গুৱাহাটীৰ উপৰি লেহ, পাটনা, ট্ৰিচি, বিজয়ৱাড়া, জবলপুৰ, আহমেদাবাদ, চেন্নাই, শ্ৰীনগৰ, পুনে, লক্ষনৌ, মেংগালোৰ, দেহৰাদুন আৰু জয়পুৰটো এই বছৰতে নতুন টাৰ্মিনেল বিল্ডিং স্থাপনৰ কাম আৰম্ভ কৰা হ’ব।

ইয়াৰোপৰি এ এ আইয়ে বৰ্তমান চলি থকা টাৰ্মিনেল সমূহক আধুনিকীকৰণ কৰাৰ লগতে ৰানৱে সমূহক শক্তিশালী কৰাৰ কামত লাগি আছে।

Recent News

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

india-covid-1

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

VideoCapture_20210419-191438

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd