• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্মাণত জড়িত দুজন ঠিকাদাৰৰ বিবাদৰ ফলত দুদিন ধৰি বন্ধ বগীবিল দলঙৰ কাম

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
March 22, 2018 7:12 pm
Bogibeel bridge
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰ নদীত নিৰ্মীয়মান বগীবিল দলঙৰ নিৰ্মাণৰ কাম দুদিন ধৰি বন্ধ হৈ আছে। জানিব পৰা মতে, নিৰ্মাণৰ দায়িত্ব লাভ কৰা দুজন ঠিকাদাৰৰ মাজত কামৰ ভাগ-বাটোৱাৰা লৈ হোৱা বিবাদৰ ফলত বুধবাৰৰ পৰা নিৰ্মাণৰ কামত অচলাৱস্থাই দেখা দিছে।

এক নিৰ্ভযোগ্য সূত্ৰই জনোৱা মতে, ৪.৯৪ কি: মি: দৈৰ্ঘৰ এই দলংখনৰ ওপৰৰ গাঁঠনিৰ কামৰ বাবে দুজন ঠিকাদাৰৰ অধীনত দুই দল বনুৱাক নিয়োগ কৰা হৈছিল।  এদল বনুৱাক উত্তৰ পাৰৰ(ধেমাজিৰ ফালে) আৰু আনটো দলক দক্ষিণ পাৰৰ (ডিব্ৰুগড়ৰ ফালৰ) নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু যেতিয়াই পূৰ্বৰ চুক্তি ভংগ কৰি উত্তৰ ফালৰ ঠিকাদাৰৰ অধীনৰ বনুৱাৰ দলটোৱে দক্ষিণ ফালে নিৰ্মাণ কাৰ্য কৰিবলৈ ধৰে তেতিয়াই বিবাদৰ সূত্ৰপাত হয়।

Apply Now

এগৰাকী ৰেলৱে বিষয়াই জনোৱা মতে পৰস্পৰৰ সন্মতি সাপেক্ষে দুয়োগৰাকী ঠিকদাৰে দলংখনৰ ওপৰৰ গাঁঠনিৰ ওপৰ মহলাৰ ২০ টাকৈ শ্লেবৰ কাম কৰাৰ কথা আছিল। কিন্তু উত্তৰ পাৰৰ ঠিকাদাৰজনে চুক্তি অৱমাননা কৰি ৩০ টা শ্লেব পকীকৰণৰ বাবে আগবাঢ়ে।  এই লৈ বুধবাৰে পুৱা দুয়োটা দলৰ মাজত সংঘাত হয় আৰু ফলত নিৰ্মাণৰ কাম সম্পূৰ্ণ বন্ধ হৈ পৰে।

ইতিমধ্যে ৰেলৱে কৰ্তৃপক্ষই বিবাদৰ বিষয়টো ডিব্ৰুগড় জিলা প্ৰশাসন, কেন্দ্ৰীয় ৰাজ্য ৰেল মন্ত্ৰী আৰু ৰাজ্য চৰকাৰক অৱগত কৰিছে।

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাই দলং নিৰ্মাণৰ স্থানলৈ গৈ বনুৱাসকলৰ সৈতে মত বিনিময় কৰি নিৰ্মাণ কাৰ্য পুনৰ কৰিবলৈ কয়।

ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথ-স্থলপথ দলং হিচাপে পৰিগণিত হ’বলগীয়া বগীবিল দলংখন চলিত বছৰৰ অক্টোবৰ মাহত মুকলি কৰাৰ কথা।

উল্লেখ্য যে  ২০০২ চনৰ ২১ এপ্ৰিলতেই ভাৰতৰ তদানিন্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে উদ্বোধন কৰা এই বগীবিল দলংখন মুকলি কৰাৰ বহুকেইটা শেষ সময়সীমা পাৰ হৈ গৈছে আৰু সেয়েহে কেইবা কোটি টকা ব্যয়সাপেক্ষ এই দলংখনক অঞ্চলটোৰ আটাইতকৈ ধীৰে ধীৰে আগবঢ়া আন্তৰ্গাঁঠনি প্ৰকল্প বুলি অভিহিত কৰা হয়।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm
কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd