• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুধনৈৰ গোচৰতো জামিন লাভ কৃষক মুক্তিৰ নেতা অখিল গগৈৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2017 7:09 pm
105
VIEWS
Share on FacebookShare on Twitter

দুধনৈ আৰক্ষীয়ে শনিবাৰে ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক মঙলবাৰে গোৱালপাৰা আদালতে জামিন প্ৰদান কৰে। ১০০০০ টকাৰ ব’ণ্ডত গোৱালপাৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কৃষক নেতাজনক জামিনত মুক্তি দিয়ে।

উল্লেখযোগ্য যে ডিব্ৰুগড় আদলতে মৰাণৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত জামিন দিয়াৰ পিছতে কাৰাগাৰৰ পৰা ওলোৱা অখিল গগৈক  দুধনৈৰ আৰক্ষীয়ে দুধনৈ নগৰৰ এখন কলেজৰ নামফলকত ৰং সনাৰ এক গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। উক্ত গোচৰত গগৈয়ে যোৱা দেওবাৰৰ পৰা গোৱালপাৰা জেইলত বন্দী হৈ আছিল। সূত্ৰ অনুসৰি ৰাজহুৱা সম্পদৰ ক্ষতিসাধন প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি ধাৰাৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত তেওঁক অভিযুক্ত কৰা হৈছিল। জামিন পোৱাৰ ফলত কাইলৈ গগৈ গোৱালপাৰা কাৰাগাৰাৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে।

এইখিনিত ক’ব পাৰি যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গগৈৰ গ্ৰেপ্তাৰ যোৱা বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল আৰু  তাৰ কেইদিন মান পিছতে ডিব্ৰুগড় আদালতেও মৰাণ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা দেশদ্ৰোহিতাৰ গোচৰত তেওঁক জামিন প্ৰদান কৰিছিল। এতিয়া দুধনৈৰ গোচৰতো আদালতে কৃষক নেতাজনক জামিন দিয়াত তেওঁ মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হ’ল। চৰকাৰে ইটোৰ পিছত সিটো গোচৰ জাপি দি কৃষক নেতাজনৰ প্ৰতিবাদী কণ্ঠক ৰোধ কৰিব খুজিছে যদিও চৰকাৰ এই ক্ষেত্ৰত ন্যায়ালয়ৰ মজিয়াত বাৰে বাৰে উজুটি খাইছে।

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd