• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

দুবছৰৰ বাবে গোৱা এফ চিত চুক্তিবদ্ধ হ’ল মিজোৰামৰ গ’লকীপাৰ লাথুৱাম্মায়ুয়া ৰাল্টে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 7:41 pm
Lalthuammawia Ralte
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই এছ এলৰ অন্যতম শক্তিশালী ক্লাব এফ চি গোৱাৰ সৈতে অৱশেষত দুবছৰৰ বাবে চুক্তিবদ্ধ হ’ল মিজোৰামৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ লাথুৱাম্মায়ুয়া ৰাল্টে ।

আনহাতে সদ্যসমাপ্ত টুৰ্ণামেণ্টত এফ চি গোৱাৰ গ’লকীপাৰ লক্ষ্মীকান্ত কাট্টিমনীয়ে যথেষ্ট পৰিমানে দুৰ্বল প্ৰদৰ্শন দাঙি ধৰিছিল। যাৰ পৰিণতিত দলটোৱে বিভিন্ন সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। আৰু সেয়ে ক্লাবটোৱে অৱশেষত ৰাল্টেক চুক্তিবদ্ধ কৰিলে।

Apply Now

লাথুৱাম্মায়ুয়া ৰাল্টে বেংগালুৰুৰ এফ চিৰ হৈ সদ্যসমাপ্ত চিজনটোত দুখন খেলত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি এছিয়ান ফুটবল কনফাদেৰেশ্যন কেম্পেইনত বেংগালুৰু দলৰ হৈ অধিনায়কৰ দায়িত্বও পালন কৰিছিল।

‘বেংগালুৰু এফ চিৰ সৈতে মোৰ চুক্তিৰ ম্যাদ উকলিল, মোৰ বাবে সিদ্ধান্ত লোৱা অতিশয় কঠিন হৈছিল কিয়নো দিল্লী আৰু গোৱা দুয়োটা দলৰ পৰাই মই প্ৰস্তাব পাইছিলো। কিন্তু কিছু কাৰণৰ বাবে মই এফ চি গোৱাত চুক্তি হ’লো আৰু সেই কাৰণবোৰ মই ৰাজহুৱা কৰিব নোৱাৰো’ বুলি ৰাল্টেই প্ৰকাশ কৰে।

আনহাতে তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, ‘কেতিয়াও কোনো খেলুৱৈয়ে এক নম্বৰ হিচাপে ক্লাবত চুক্তিবদ্ধ নহয়, এক নম্বৰ হ’বলৈ খেলৰ মাজেৰে আহৰণ কৰিব লাগিব’।

উল্লেখ্য যে সদ্যসমাপ্ত আই এছ এলত দিল্লী ডায়নামোজ আৰু এফ চি গোৱাৰ দুৰ্বল গ’লকীপাৰৰ বাবে দল দুটাই বহুবাৰ মুখ থেকেচা খাবলগীয়া হৈছিল। আৰু সেয়ে দুয়োটা ক্লাবে ২০১৮-১৯ বৰ্ষৰ বাবে বেংগালুৰু এফ চিৰ গ’লকীপাৰ লাথুৱাম্মায়ুয়া ৰাল্টেক চুক্তিবদ্ধ কৰাৰ বাবে প্ৰয়াস কৰিছিল।

‘মই আই এছ এলৰ অহা বৰ্ষত গোৱাৰ হৈ অংশগ্ৰহণ কৰিম, কিন্তু বৰ্তমান মই বেংগালুৰুৰ হৈ ছুপাৰ কাপ আৰু এছিয়ান ফুটবল কনফাদেৰেশ্যনত অংশগ্ৰহণৰ বাবে ব্যস্ত আছো’, বেংগালুৰু এফ চিৰ প্ৰশিক্ষণ শিবিৰৰ পৰাই ৰাল্টে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে বেংগালুৰু এফ চিৰ জন্মলগ্নৰে পৰা ৰাল্টে দলটোৰ সৈতে সংলগ্ন হৈ আছে। তেওঁ ২০১৫ চনত আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈও চুক্তিবদ্ধ হৈছিল যদিও কোনো মেচতে অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ নকৰিলে।

জানিবপৰা অনুসৰি মুম্বাই চিটি এফ চিৰ অৰিন্দম ভট্টাচাৰ্য আৰু কেৰেলা ব্লাষ্টাৰ্ছৰ সুভাশীষ ৰয় চৌধুৰীৰ সম্পৰ্কতো গোৱা এফ চিয়ে চুক্তিবদ্ধ কৰাৰ বাবে চিন্তা-চৰ্চা কৰিছিল যদিও অৱশেষত দলটোৱে ৰাল্টেক অগ্ৰাধিকাৰ দি আগন্তুক দুটা বছৰৰ বাবে চুক্তিবদ্ধ কৰিলে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে মিজোৰামৰ গ’লকীপাৰ লাথুৱাম্মায়ুয়া ৰাল্টে বেংগালুৰু এফ চিৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পূৰ্বে উত্তৰ-পূবৰ আন এক শক্তিশালী ক্লাব শ্বিলং লাজং এফ চিৰ হৈ খেলিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd