• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুলীয়াজানৰ অইল ইণ্ডিয়াত পিঞ্জৰাত বন্দী দুষ্প্ৰাপ্য ঘোং; বন বিভাগে এৰি দিলেগৈ চৰাইপুং বনাঞ্চলত

NE NOW NEWS অভিক চক্ৰবৰ্তী
ডিব্ৰুগড় , March 19, 2018 4:47 pm

1 min read

black panther at duliajan

দুলীয়াজানত বন বিভাগৰ পিঞ্জৰাত বন্দী ঘোংটো

196
VIEWS
Share on FacebookShare on Twitter

দুলীয়াজানত সোমবাৰে ৰাতিপুৱা পিঞ্জৰাত বন্দী হ’ল এটা দুষ্প্ৰাপ্য ঘোং (black panther)। ঘোংটোৰ উপস্থিতিৰ বিষয়ে অৱগত হৈ ২০ দিন আগতে বন বিভাগে লোহাৰ পিঞ্জৰাটো স্থাপন কৰিছিল।

লক্ষীপথাৰৰ বন সংমণ্ডল বিষয়া (Ranger) স্বপ্ননীল হাজৰিকাই এন ই নাওক জনোৱা মতে কিছু সময় নিৰীক্ষণত ৰখাৰ পিছত ঘোংটো চৰাইপুং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয়।

অইল ইণ্ডিয়াই বন বিভাগক ঘোংটোৰ বিষয়ে খবৰ দিয়া বুলি উল্লেখ কৰি বিষয়াজনে কয়, ‘অইল ইণ্ডিয়াৰ নতুন ঔদ্যোগিক এলেকাত নিৰাপত্তাৰক্ষীয়ে প্ৰায় এমাহ আগতে ঘোংটো প্ৰথম দেখিছিল। চৌহদৰ ভিতৰৰ চি চি টি ভি কেমেৰাত তাৰ গতিবিধি ধৰা পৰিছিল।’

বন বিষয়াজনে লগতে জনাই যে বাঘটোৱে ঠাই সলনি কৰি থকা বাবে তাক ধৰিবলৈ টান হৈছিল।

ঘোংটোৰ উপস্থিতিয়ে তৈল নগৰীখন বাসিন্দাসকলৰ মাজত যোৱা কিছুদিন ধৰি উৎকণ্ঠাৰ সৃষ্টি কৰিছিল।

 

Recent News

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd