• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেখাত মানুহৰ হাতৰ দৰে লগা গছৰ ঠেঙুলিক লৈ ডিমৌত ব্যাপক উৎসুকতা

NE NOW NEWS হিতোজ্জ্বল চেতিয়া
ডিমৌ , March 18, 2018 9:27 pm

1 min read

handLike_Tree_Branch_2
78
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰ জিলাৰ ডিমৌত দেখাত মানুহৰ হাতৰ দৰে লগা গছৰ এটা ঠেঙুলিক লৈ মানুহৰ মাজত ব্যাপক উৎসুকতা দেখা গ’ল। জানিব পৰা মতে, আজি ডিমৌৰ আলুন নগৰস্থিত মৈত্ৰাকুৰ বৌদ্ধ মঠটোৰ প্ৰাংগণ চাফা কৰি থকা মানুহে তাত থকা এজোপা গছ কাটোতে মানুহৰ হাতৰ সৈতে সাইলাখ মিল থকা এটা ঠেঙুলি পায়।

HumanLike_Tree_Branch
ডিমৌৰ আলুন নগৰৰ এজোপা গছত পোৱা সাইলাখ মানুহৰ হাতৰ দৰে ঠেঙুলিটো।

ইয়াৰ পিছতে কথাটো ইকাণ-সিকাণকৈ অঞ্চলটোত বিয়পি পৰে। লগে লগে বস্তুটো চাবলৈ অনেকজনৰ সোঁত বয়। ৰহস্যময়তা তথা অন্ধবিশ্বাসৰ প্ৰতি সততে দুৰ্বলতা কঢ়িয়াই ফুৰা সাধাৰণ লোকসকলৰ মাজত এই বস্তুটোৱে এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

 

বহুতে ইয়াক কিবা ঐশ্বৰিক বস্তু জ্ঞান কৰিবলৈ আৰম্ভ কৰে আৰু শেষত বৌদ্ধ মঠটোৰ ভিতৰত ৰাখি পূজা-অৰ্চনা কৰিবলৈ ধৰে।

উল্লেখযোগ্য যে বৌদ্ধ ধৰ্মৰ মতে পূজা-অৰ্চনা নিষিদ্ধ যদিও বৌদ্ধ পুৰোহিত নথকা প্ৰায় পৰিত্যক্ত মঠটোত স্থানীয় লোকে ইয়াক লৈ পূজা-অৰ্চনাত ব্যস্ত হোৱা দেখা গ’ল।

 

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে, ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd