DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ চিকিৎসা ক্ষেত্ৰলৈ বৰঙণি : ডাঃ সৰ্বেশ্বৰ চহৰীয়াক ডি লিট প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2018 12:14 pm
ডাঃ সৰ্বেশ্বৰ চহৰীয়া

ডাঃ সৰ্বেশ্বৰ চহৰীয়া : ফাইল ফটো

82
VIEWS
Share on FacebookShare on Twitter

দেশৰ চিকিৎসা ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা অসমৰ এগৰাকী সু-চিকিৎসক ডাঃ সৰ্বেশ্বৰ চহৰীয়াক গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডি লিট ডিগ্ৰী প্ৰদান কৰিব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা সিদ্ধান্তত বিশ্ববিদ্যালয়খনৰ আচাৰ্য ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে অনুমোদন জনাইছে।

জানিব পৰা মতে অহা ৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ সমাৱৰ্তন অনুষ্ঠানত বিশিষ্ট চিকিৎসকগৰাকীক এই ডিগ্ৰী প্ৰদান কৰা হ’ব।

আনহাতে, বিশিষ্ট চিকিৎসক, গৱেষক তথা পদ্মশ্ৰী বটাঁপ্ৰাপক অসম সন্তান ডাঃ সৰ্বেশ্বৰ চহৰীয়াক চলিত বৰ্ষতে ‘টাইম্‌ছ অব্‌ ইণ্ডিয়া’ৰ তৰফৰ পৰা ২০১৮ চনৰ বৰ্ষশ্ৰেষ্ঠ চিকিৎসকৰ সন্মান আগবঢ়োৱা হৈছিল।

হায়দৰাবাদৰ  হোটেল ‘নভ’টেল’ৰ প্ৰেক্ষাগৃহত  সংবাদ গোষ্ঠীটোৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ডাঃ চহৰীয়াক বৃক্ক সংৰোপণৰ ক্ষেত্ৰখনত দেখুওৱা অসাধাৰণ পাৰদৰ্শিতাৰ স্বীকৃতি স্বৰূপে ‘দ্য লিজেণ্ড অব্‌ দ্য ইয়েৰ ২০১৮ ইন ৰেনেল ট্ৰান্সপ্লেণ্টেশ্যন’ উপাধিৰে বিভূষিত কৰা হৈছিল।

উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা চহৰীয়াৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০১৪ চনত তেওঁক পদ্মশ্ৰী বটাঁৰে সন্মানিত কৰে।

১৯৪৫ চনত মঙলদৈৰ টেঙাবাৰীত জন্ম গ্ৰহণ কৰা ডাঃ চহৰীয়াই ১৯৭৫ চনত ভাৰতত সফলভাৱে সম্পন্ন প্ৰথমটো বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰত অংশ লোৱাৰ পিছত ১৯৮১ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে এই ক্ষেত্ৰত আত্মনিয়োগ কৰিছে।

এতিয়ালৈকে ডাঃ চহৰীয়াই অন্ধ্ৰ প্ৰদেশ, অসম, মহাৰাষ্ট্ৰ, ওড়িষ্যাকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ৩৫০০তকৈ অধিক বৃক্ক সংৰোপণ সম্পন্ন কৰিছে।

Recent News

AHSEC

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd