• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ চিকিৎসা ক্ষেত্ৰলৈ বৰঙণি : ডাঃ সৰ্বেশ্বৰ চহৰীয়াক ডি লিট প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2018 12:14 pm
ডাঃ সৰ্বেশ্বৰ চহৰীয়া

ডাঃ সৰ্বেশ্বৰ চহৰীয়া : ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ চিকিৎসা ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা অসমৰ এগৰাকী সু-চিকিৎসক ডাঃ সৰ্বেশ্বৰ চহৰীয়াক গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডি লিট ডিগ্ৰী প্ৰদান কৰিব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা সিদ্ধান্তত বিশ্ববিদ্যালয়খনৰ আচাৰ্য ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে অনুমোদন জনাইছে।

জানিব পৰা মতে অহা ৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ সমাৱৰ্তন অনুষ্ঠানত বিশিষ্ট চিকিৎসকগৰাকীক এই ডিগ্ৰী প্ৰদান কৰা হ’ব।

Apply Now

আনহাতে, বিশিষ্ট চিকিৎসক, গৱেষক তথা পদ্মশ্ৰী বটাঁপ্ৰাপক অসম সন্তান ডাঃ সৰ্বেশ্বৰ চহৰীয়াক চলিত বৰ্ষতে ‘টাইম্‌ছ অব্‌ ইণ্ডিয়া’ৰ তৰফৰ পৰা ২০১৮ চনৰ বৰ্ষশ্ৰেষ্ঠ চিকিৎসকৰ সন্মান আগবঢ়োৱা হৈছিল।

হায়দৰাবাদৰ  হোটেল ‘নভ’টেল’ৰ প্ৰেক্ষাগৃহত  সংবাদ গোষ্ঠীটোৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ডাঃ চহৰীয়াক বৃক্ক সংৰোপণৰ ক্ষেত্ৰখনত দেখুওৱা অসাধাৰণ পাৰদৰ্শিতাৰ স্বীকৃতি স্বৰূপে ‘দ্য লিজেণ্ড অব্‌ দ্য ইয়েৰ ২০১৮ ইন ৰেনেল ট্ৰান্সপ্লেণ্টেশ্যন’ উপাধিৰে বিভূষিত কৰা হৈছিল।

উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা চহৰীয়াৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০১৪ চনত তেওঁক পদ্মশ্ৰী বটাঁৰে সন্মানিত কৰে।

১৯৪৫ চনত মঙলদৈৰ টেঙাবাৰীত জন্ম গ্ৰহণ কৰা ডাঃ চহৰীয়াই ১৯৭৫ চনত ভাৰতত সফলভাৱে সম্পন্ন প্ৰথমটো বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰত অংশ লোৱাৰ পিছত ১৯৮১ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে এই ক্ষেত্ৰত আত্মনিয়োগ কৰিছে।

এতিয়ালৈকে ডাঃ চহৰীয়াই অন্ধ্ৰ প্ৰদেশ, অসম, মহাৰাষ্ট্ৰ, ওড়িষ্যাকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ৩৫০০তকৈ অধিক বৃক্ক সংৰোপণ সম্পন্ন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd