• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দোষীৰ ফাঁচিৰ দাবীত ৰাজপথলৈ ওলাই আহিল অভিজিতৰ পৈতৃক গাঁৱৰ দুই শতাধিক লোক

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
June 10, 2018 10:10 pm
youthlnching-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ ডকমকাত নৃশংসভাৱে হত্যা কৰা নিৰিহ যুৱক ক্ৰমে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ হত্যাৰ লগত জড়িত দোষীক ফাঁচীৰ দাবী জনাই হাতে-হাতে প্লে’কাৰ্ড বেনাৰ লৈ অভিজিতৰ পিতৃগৃহ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত সোনতলি ছিগা গাঁৱৰ গাওঁবাসীৰ লগতে বিভিন্ন দল সংগঠন আজি ৰাজপথলৈ মৌন সমদল কৰি ওলাই আহিল।

শিৱসাগৰ জিলা যোগী সন্মিলনিৰ আহ্বানক্ৰমে আৰু বিভিন্ন দল সংগঠনৰ লগতে গাওঁবাসীৰ সহযোগত সোনতলি ছিগা গাঁৱৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেদি প্ৰখৰ ৰদকো নেওচি প্ৰায় ডেৰ শতাধিকতকৈও অধিক ৰাইজে মৌন সমদল কৰি গৌৰীসাগৰ আৰক্ষী থানালৈ আহে।

Apply Now

‘অন্ধবিশ্বাস দুৰ কৰক’, ‘ঘটনাৰ উচিত তদন্ত কৰক, ‘ঘটনাৰ লগত জড়িত দোষীক ফাঁচী দিয়ক’, আদি শ্লগান লিখা প্লে’কাৰ্ড লৈ মৌন সমদল কৰা প্ৰতিবাদী দলটো গৌৰীসাগৰ থানাৰ সমীপৰ বজাৰগৃহত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।

জিলা যোগী সন্মিলনিৰ সভাপতি অজিত নাথে আঁত ধৰা সভাখনত গৌৰীসাগৰ কল্পদ্ৰুম নাট্য সন্মিলনিৰ সম্পাদক তথা আউলিঙৰ জুই উপন্যাসৰ স্ৰষ্টা প্ৰাক্তন আলফা নেতা জীৱন কৃষ্ণ গোস্বামীয়ে দুই নিৰিহ যুৱকৰ হত্যাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাই।

অন্যহাতে জিলা যোগী সন্মিলনিৰ সহ সম্পাদক দিলীপ নাথেও দুই নিৰিহ যুৱকৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে কয় যে চৰকাৰে যি কোনো ঘটনাৰ তদন্ত কৰাই যদিও তদন্তৰ ফলাফল কোনো দিনে ৰাজহুৱা নকৰে। ইয়াৰ উপৰিও প্ৰতিবাদী সভাত গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মেদীনী মোহন, গৌৰীসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ দত্তকে প্ৰমূখ্য কৰি বহু কেইজনে অংশ গ্ৰহন কৰি ভাষণ প্ৰদান কৰে।

প্ৰতিবাদী সভাৰ অন্তত গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰাৰ জৰিয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ ঘটনাৰ উচিত তনন্তৰ লগতে দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। স্মাৰকপত্ৰৰ প্ৰতিলিপি অসম চৰকাৰৰ গৃহ আয়ুক্ত আৰু  শিৱসাগৰ জিলা উপায়ুক্তলৈও প্ৰেৰণ কৰে।

আনহাতে আজিৰ এই প্ৰতিবাদী সমদলটোত চাৰিং আঞ্চলিক কমচাৰী পৰিষদ, গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থা, সোনতলি ছিগা প্ৰাথমিক ছাত্ৰ সন্থা, সোনতলি ছিগা বৰ্ণিল সাংস্কৃতিক গোষ্ঠী, সোণতলি ছিগা মহিলা সমিটি, গৌৰীসাগৰ মণ্ডল বিজেপিকে ধৰি বহুকেইটা সংগঠনে অংশ গ্ৰহন কৰে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd