• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বিতীয়- পঞ্চম স্থান দখল কৰি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীলৈ গৌৰৱ কঢ়িয়ালে অবিনাশ- নিবিড়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 25, 2018 12:46 pm

1 min read

ATTACHMENT
95
VIEWS
Share on FacebookShare on Twitter

সদ্যঘোষিত হাইস্কুল- হাইমাদ্ৰাজা পৰীক্ষাৰ ফলাফলত সাফল্যৰ ধাৰা অব্যাহত ৰাখি পুনৰ উজলি উঠিবলৈ সক্ষম হ’ল পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী। ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ দুই ছাত্ৰ অবিনাশ কলিতা আৰু নিবিড় ডেকা ক্ৰমে দ্বিতীয়- পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে সৰুৰে পৰা মেধাৰ পৰিচয় দি অহা অবিনাশ কলিতা আৰু নিবিড় ডেকাই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ক্ৰমে দ্বিতীয় আৰু পঞ্চম স্থান লাভ কৰি বজালীলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। ঘোষিত ফলাফল অনুযায়ী অবিনাশে লাভ কৰিছে মুঠ ৫৯২ নম্বৰ। নিবিড়ে লাভ কৰিছে ৫৮৯ নম্বৰ।

এই ফলাফল লাভৰ পাছতে উৎফুল্লিত হৈ পৰিছে একাডেমীখনৰ ৰেক্টৰ ড: ৰঞ্জিত ডেকা। ড: ডেকাই অবিনাশ কলিতা আৰু নিবিড় ডেকাৰ স্থান লাভত উৎফুল্লিত হোৱা বুলি মন্তব্য কৰি একাডেমীখনৰ সমূহ সফল ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিৰৱিচ্ছিন্ন প্ৰয়াসৰ বাবে এই ফলাফল সম্ভৱ হোৱা বুলি মন্তব্য কৰে ৰেক্টৰগৰাকীয়ে।

একাডেমীখনৰ এই সফলতাত আনন্দ প্ৰকাশ কৰিছে বজালীবাসীয়ে। এয়া সমগ্ৰ বজালীৰ বাবে আনন্দৰ ক্ষণ বুলি সকলোৱে মন্তব্য কৰিছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd