• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্বিতীয় মহিলা ৰাষ্ট্ৰীয় বক্সিঙৰ বাবে অসমৰ দল ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 15, 2017 9:57 pm

1 min read

দ্বিতীয় মহিলা ৰাষ্ট্ৰীয় বক্সিঙৰ বাবে অসমৰ দল ঘোষণা
118
VIEWS
Share on FacebookShare on Twitter
অহা ৫ ৰ পৰা ১২ জানুৱাৰিলৈ ৰোহটকত অনুষ্ঠিত হ’ব লগীয়া দ্বিতীয় ছিনিয়’ৰ মহিলা ৰাষ্ট্ৰীয় বক্সিঙৰ বাবে অসমৰ দলটো আজি ঘোষণা কৰা হয়। অসম বক্সিং সংস্থাৰ এটা সূত্ৰই কয় যে অসমৰ দলটোত যথেষ্ট শক্তিশালী আৰু পদক জয়ৰ সম্ভাৱনা থকা খেলুৱৈৰে গঠন কৰা হৈছে। বক্সিং সংস্থাটোৰ বিষয়াসকলে কয় যে নিৰ্বাচিত ছোৱালীসকলৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত তেওঁলোক খুবেই আশাবাদী। খেলুৱৈসকলে বৰ্তমান কোকৰাঝাৰত থকা ছাই (SAI)ৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলন চলাই আছে। এই অনুশীলন অহা ২ জানুৱাৰিলৈকে চলিব। দলটোৰ মেনেজাৰ হিচাপে মন্তু ইঞ্জালৰ নাম ঘোষণা কৰা হৈছে আৰু প্ৰশিক্ষক হিচাপে থাকিব ক্ৰমে গীতা চানু আৰু নাৱাজ হুছেইন খান। দলটোত ঠাই পোৱা খেলুৱৈসকলৰ নাম হ’ল : ৰিংকুমণি ফুকন (৪৮ কেজি), মঞ্জু বসুমতাৰী (৫১ কেজি), যমুনা বৰো (৫৪ কেজি), অঞ্জিমা খাখলাৰী (৫৭ কেজি), পিলাও বসুমতাৰী (৬০ কেজি), অঞ্জলী মুচাহাৰী (৬৪ কেজি), লাভলীনা বৰগোহাঁই (৬৯ কেজি), এলাৰী বৰো (৭৫ কেজি)।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd