• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰং আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ ঔষধৰ লগতে নিচাজাতীয় সমগ্ৰী

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
March 23, 2018 9:24 am
drugs-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

98
VIEWS
Share on FacebookShare on Twitter

অবৈধ ঔষধ আৰু নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হ’ল দৰং আৰক্ষী। বৃহস্পতিবাৰে দৰং আৰক্ষীয়ে অবৈধ তথা চোৰাং ঔষধৰ বিৰুদ্ধে এক অভিযান চলায় বৃহৎ পৰিমানৰ নিষিদ্ধঘোষিত ঔষধ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(ডি এছ পি) অমিত হোজাইৰ নেতৃত্বত কালি ধূলা আৰক্ষীৰ সহযোগত যোৱা এটা দলে জিলাখনৰ বলোগঢ়া গাঁৱৰ তাহিৰ আলীৰ বাসগৃহ চৌহদত চলোৱা অভিযানত বৃহৎ পৰিমানৰ অবৈধ ঔষধৰ লগতে নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনি ব

তাহিৰ আলীৰ বাসগৃহৰ পৰা ড্ৰাগছ জাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ উপৰি ‘নিট্ৰোছেন ১০’ কোম্পানীৰ বৃহৎ পৰিমানৰ শ্লীপিং টেবলেটো জব্দ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে। উল্লেখ্য যে  আলীয়ে ড্ৰাগছ জাতীয় সামগ্ৰীখিনি অতি চতুৰভাৱে ক্ষুদ্ৰ ক্ষুদ্ৰ আইনাৰ বটলত লুকুৱাই ৰাখিছিল।

আনহাতে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি জব্দ কৰা সামগ্ৰীখিনি ফৰেনছিক লেবৰটৰীত পঠোৱা হৈছে আৰু ফৰেনছিকৰ তথ্য পোৱাৰ পাছতহে জব্দ কৰা পদাৰ্থখিনি কি সেয়া পোহৰলৈ আহিব।

উল্লেখ্য যে মুখ্য অপৰাধী তাহিৰ আলী আৰক্ষীৰ পৰা পলায় যাবলৈ সক্ষম হোৱা বুলিও আৰক্ষীয়ে সদৰী কৰে। আনহাতে আৰক্ষীয়ে এই সন্দৰ্ভত আলীক কৰায়ত্ত কৰিবলৈ তদন্ত অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd