• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি বৰুৱাক নিলম্বন

NE NOW NEWS ময়ুখ গোস্বামী
মঙলদৈ , February 28, 2018 10:36 pm

1 min read

দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি বৰুৱাক নিলম্বন
234
VIEWS
Share on FacebookShare on Twitter

দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি বৰুৱাক দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত নিলম্বিত কৰা হয়।

প্ৰাপ্ত তথ্য মতে অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ এক আদেশ যোগে মঙলবাৰে কনিষ্ঠ অভিযন্তা ধ্ৰুৱজ্যোতি বৰুৱাক নিলম্বিত কৰা হয়। হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ ক্ষেত্ৰ উন্নয়নমূলক নিৰ্মাণ কমিটিৰ সদস্য হিচাপে থকা অৱস্থাত ধ্ৰুৱজ্যোতি বৰুৱাই বিভাগীয় পুঁজিৰ অপব্যৱহাৰ কৰা বুলি এক অভিযোগ উত্থাপিত হৈছিল। ফলত উক্ত অভিযোগৰ ভিত্তিত এক তদন্ত হৈছিল আৰু তদন্তৰ প্ৰতিবেদন অনুসৰি বৰুৱাক নিলম্বিত কৰা হয় বুলি জানিব পৰা গৈছে।

১৩ সংখ্যক বিত্ত আয়োগৰ অধীনত দৰং জিলা পৰিষদৰ দ্বাৰা হাজৰিকাপাৰা গাঁও পঞ্চায়তলৈ উন্নয়নমূলক কাৰ্যৰ বাবে পুঁজি যোগান ধৰিছিল।

উল্লেখযোগ্য যে দৰং জিলা পৰিষদখন শেহতীয়াকৈ দুৰ্নীতিত পোত খোৱা বুলি স্থানীয় ৰাইজৰ মাজত চৰ্চা চলি আহিছে। শেহতীয়াকৈ জিলা পৰিষদৰ সভানেত্ৰী দিপালী দেকাই আৰক্ষী থানাত এক কোটি টকা পুঁজিৰ অপব্যৱহাৰ হোৱা বুলি গোচৰ ৰুজু কৰে।

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd