• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰঙত সমূহীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে কৃষকলৈ সাৰ ক্ৰয়ৰ সুবিধা

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
June 20, 2018 5:31 pm
DC-Darrang-Ashok-Kr-Barman-in-presence-of-ADC-Darrang-Pankaj-Chakravorty-and-other-distinguished-guests-delivering-the-inaugural-speech-2-570x320
128
VIEWS
Share on FacebookShare on Twitter

আজি কৃষক বিপ্লৱৰ ঐতিহাসিক স্থান, দৰঙ জিলাৰ পথৰুঘাটত কৃষিখণ্ডত আকৌ এটা ইতিহাস ৰচিত হ’ল। দৰং জিলাত আজি উদ্বোধন হোৱা ভাৰতীয় কৃষক সাৰ সমবায় পৰিসীমিতৰ (Indian Farmers Fertilizer Cooperative Ltd) ডিজিটেল ক্ৰয়-বিক্ৰয় সুবিধাৰ দ্বাৰা জিলাখনৰ গ্ৰাম্য এলেকাসমূহত থকা সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ (Common Services Centre) জৰিয়তে কোনো অসুবিধা নোহোৱাকৈ সাৰ ক্ৰয় কৰিব পাৰিব।

ভাৰতৰ এই উদ্ভাৱনীমূলক আঁচনিটো প্ৰথমবাৰৰ বাবে দৰং জিলাত উদ্বোধন কৰা হৈছে আৰু আৰু এই আঁচনিখন এখন ৰাজহুৱা অনুষ্ঠানত দৰঙৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে এটা জাকজমকীয়া অনুষ্ঠানৰ মাজেৰে জনসাধাৰণৰ বাবে মুকলি কৰে। খাৰুপেটীয়াৰ আছাম ক্লাবৰ সভাগৃহত দৰং জিলা প্ৰশাসন আৰু দৰং সমূহীয়া সেৱা কেন্দ্ৰ কৰ্তৃপক্ষৰ সহযোগত এই আঁচনিটো উদ্বোধন কৰা হয়।

ইয়াৰ উপৰিও চিকিৎসাৰ জৰুৰীকালীন পৰামৰ্শদান, পশুপালনৰ পৰামৰ্শ, বীমা ইত্যাদিৰো অনলাইন পৰিসেৱা আগবঢ়োৱা হ’ব। গাৱঁবাসীয়ে এই সকলো সুবিধা নিকটতম সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ পৰা গ্ৰহণ কৰিব পাৰিব।

এই উদ্বোধনী অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় দৰঙৰ ডিজিটেল সাক্ষৰতা কোষৰ ভাৰপ্ৰাপ্ত বিষয়া ঝাঞ্জৰী সৰকাৰে। এই অনুষ্ঠানত দলগাঁও ৰাজহ চক্ৰহ বিষয়া যুৱৰাজ বৰঠাকুৰ, দৰঙৰ জিলা কৃষি বিষয়া নীলকান্ত ডেকা, উত্তৰ-পূৰ্বাঞ্চলৰ সমূহীয়া সেৱা কেন্দ্ৰৰ মুৰব্বী জ্ঞান দলে, বেছিমাৰীৰ খণ্ড উন্নয়ন বিষয়া ইছলামুদ্দিন আহমেদ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাৰ্কেটিং হেড দেবশ্ৰী বাগেও ভাষণ প্ৰদান কৰিছিল। তাৰোপৰি, এই অনুষ্ঠানত প্ৰায় ৩০০ কৃষক, ভিএলই আৰু গাঁওবুঢ়াসকলে অংশগ্ৰহণ কৰিছিল।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd