• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰমহা বৃদ্ধিৰ দাবীত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ প্ৰতিবাদ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 21, 2018 3:41 pm

2 min read

মধ্যাহ্ন
280
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰাথমিক তথা উচ্চ প্ৰাথমিক বিদ্যালয় সমূহত ২০০৫ চনৰ পৰা কাৰ্য্যকৰী হোৱা মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কৰ্মৰত ৰান্ধনী সকলে আজি দিছপুৰ লাষ্টগেটত দৰমহা বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

 সন্থাৰ সভাপতি জীতেন ৰাভাই নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে যে ‘বৰ্তমান ৰান্ধনী কৰ্মচাৰী সকলে দিনটোৰ ৫-৬ ঘন্টা পৰিশ্ৰম কৰি সামান্য ১০০০ টকাকৈ মাননি লাভ কৰি আহিছে। কিন্তু এই ধনেৰে বৰ্তমান সময়ত এটা পৰিয়াল চলোৱাটো অসম্ভৱ।”

 তদুপৰি ৰাভাই এই মজুৰিৰ পৰিমাণ ৫০০০ টকালৈ বৃদ্ধি কৰিবৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

তেওঁ প্ৰকাশ কৰা মতে ‘চৰকাৰে ১২ মাহৰ ১০ মাহৰ দৰমহাহে ৰান্ধনীসকলক প্ৰদান কৰে। জুলাই আৰু ডিচেম্বৰ মাহৰ দৰমহা ৰান্ধনীসকলে লাভ নকৰে।’

 এই সন্দৰ্ভত ৰাভাই দাবী জনাই কয়  ‘এই দুটা মাহৰ দৰমহাৰ যাতে ৰান্ধনী কৰ্মচাৰীসকলে লাভ কৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছো।’

 এই প্ৰতিবাদ চলি থকা সময়তে জিলা দণ্ডাধীশ প্ৰতিবাদস্থলীত উপস্থিত হৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰি এই বিষয়ে শিক্ষাবিভাগৰ সৈতে আলোচনা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

 এই প্ৰতিবাদত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ সৈতে গোৱালপাৰা জিলা, মৰিগাঁও, নগাঁও, কামৰূপ মেট্ৰ’, গোলাঘাট আৰু ওদালগুৰি জিলাৰ যৌথ কমিটিয়েও অংশগ্ৰহণ কৰে।

 প্ৰতিবাদকাৰী সকলে ধৰ্ণাৰ অন্তত সচিবালয়ৰ মুখ্যসচিবক সাক্ষাৎ কৰি পাঁচটা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd