DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীৰ পৰা শিলচৰলৈ পৰিবহণ বিভাগৰ বাছসেৱা মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 8:39 am
5411aa09-b2a3-4b36-b757-57544b66df6b
83
VIEWS
Share on FacebookShare on Twitter

বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ স্থাপনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক পৰিবহণ বিভাগে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই দুই উপত্যকা সংযোগ কৰাৰ বাবে মঙলবাৰে ধুবুৰীৰ পৰা গুৱাহাটী হৈ শিলচৰলৈ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ অত্যাধুনিক ভলভো বাছৰ সেৱা মুকলি কৰা হয়।

প্ৰথমবাৰলৈ ধুবুৰীৰ পৰা শিলচৰলৈ অসম ৰাজ্যিক পৰিবহণ বিভাগে বাছসেৱা মুকলি কৰা কাৰ্যত দুয়োটা অঞ্চলৰ লোক স্বাভাবিকতে উৎফুল্লিত হোৱা দেখা গৈছে।

উল্লেখ্য যে কালি দুপৰীয়া এক মান বজাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ধুবুৰীৰ চৰকাৰী বাছ আস্থানত আযোজিত এক মুকলি অনুষ্ঠানত এই বাছ সেৱা আনুষ্ঠানিকভাবে মুকলি কৰে। এই অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলাৰ উপায়ুক্ত আৰু বিধায়ক অশ্বিনী ৰায় সৰকাৰ।

মুকলি অনুষ্ঠানত বিধায়ক সৰকাৰে নিজৰ ভাষণ প্ৰসংগত কয় যে বৰাক-ব্ৰহ্মপুত্ৰ সংযোগ কৰাৰ বাবে এয়া এক সুন্দৰ প্ৰয়াস। তেওঁ লগতে ধুবুৰী ফুলবাৰী দলঙৰ বাবে আবণ্টন দিয়া ১০ হেজাৰ কোটি টকা আৰু ৰূপসী বিমান বন্দৰ পুনৰ কাৰ্যক্ষম কৰাৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে।

বাছসেৱা মুকলি অনুষ্ঠানত জিলাৰ উপায়ুক্ত অনন্তলাল জ্ঞানী, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জী, পৰিবহন নিগমৰ ধুবুৰী আস্থানৰ অধীক্ষক মনোৰঞ্জন চুতীয়াও উপস্থিত থাকে।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd