• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধেমাজিৰ বীৰাংগনা সাধনী দিৱসত অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 21, 2018 6:59 pm

2 min read

বীৰাংগনা
102
VIEWS
Share on FacebookShare on Twitter

‘বীৰাংগনা নাৰী সতী সাধনী হৈছে সততা, সাহসিকতা আৰু ত্যাগৰ প্ৰতীক। এই গৰাকী মহান নাৰী অসমীয়া জাতিৰ গৌৰৱ। সতী সাধনীয়ে সকলো দিশতে আমাৰ জাতিটোক শক্তিশালী চৰিত্ৰ প্ৰদান কৰি গৈছে। জীৱনৰ বাটত বিশ্বাস, দৃঢ়তা আৰু নিৰ্ভীকতাৰে আগুৱাই যোৱাৰ বাবে এই গৰাকী মহিয়সী নাৰীয়ে শক্তি প্ৰদান কৰিছে।’ শনিবাৰে ধেমাজি জিলাৰ চিচিবৰ গাঁও মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগিতাত আয়োজিত বীৰাংগনা সাধনী দিৱস অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে সতী সাধনী দিৱসৰ লগত সংগতি ৰাখি কয় যে নাৰীজনিত অপৰাধ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিব আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে উচ্চ ন্যায়ালয়ে প্ৰতিখন জিলাতে ফাষ্ট ট্ৰেক ক’ৰ্ট স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয়।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে যাতায়াত ব্যৱস্থা সূচল নোহোৱাৰ বাবে জিলাখন উন্নয়নৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি এই অঞ্চলৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি কয়।

লগতে বগীবিল দলং সম্পূৰ্ণ হৈ উঠিলে এই অঞ্চলৰ যাতায়াত ব্যৱস্থা অধিক সূচল হোৱাৰ উপৰি অৰ্থনৈতিক বুনিয়াদো শক্তিশালী হৈ উঠিব।

আজিৰ অনুষ্ঠানটোত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা, বিধায়ক সকল ক্ৰমে ডাঃ ৰণোজ পেগু, ভূৱন পেগু, ঋতুপৰ্ণ বৰুৱা, সাংস্কৃতিক বিভাগৰ সঞ্চালক, সদৌ চুতীয়া জাতি সন্মিলন, সদৌ চুতীয়া ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd