• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্ষণকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত ডিমৌত প্ৰতিবাদ : ধৰ্ষণকাৰীক প্ৰতীকী দাহ

NE NOW NEWS হিতোজ্জ্বল চেতিয়া
ডিমৌ , March 30, 2018 8:57 pm

1 min read

Demow_protest
89
VIEWS
Share on FacebookShare on Twitter
ৰাজ্যত শেহতীয়াকৈ সঘনাই সংঘটিত হোৱা নাৰকীয় ধৰ্ষণৰ ঘটনাবোৰক লৈ চৌদিশে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালভাৱে আজি শিৱসাগৰ জিলাৰ ডিমৌতো ধৰ্ষণকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত প্ৰতিবাদ উলিওৱা হয়।
প্ৰতিবাদ কাৰ্য্যসূচীৰ সময়ত ধৰ্ষণ আৰু নাৰী নিৰ্যাতন  শীঘ্ৰে  বন্ধ কৰাৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিমৌ নগৰ সমিতিৰ উদ্যোগত ধৰ্ষণকাৰীক ডিঙিত ৰছী লগাই ৰাজপথত চোচঁৰাই নি প্ৰতীকীভাৱে দাহ কৰে।
ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে ‘ধৰ্ষণকাৰীক ফাঁচি দিয়ক’, ‘নাৰী নিৰ্যাতন বন্ধ কৰক’, ‘অসম চৰকাৰ হায় হায়’ আদি শ্ল’গানেৰে ডিমৌ চাৰিআলি উত্তপ্ত কৰি তোলে।
যুৱ মঞ্চৰ জিলা সভাপতি যাদৱ গগৈ, ডিমৌ নগৰ সমিতিৰ সভাপতি যদুমনি কলিতাৰ নেতৃত্বত পৰিচালিত হোৱা প্ৰতিবাদী কাৰ্যসূচীটোত ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবীৰ লগতে নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

Recent News

a mam

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd