• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে কৰ্মচাৰী সকলৰ বৃহৎ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2017 7:41 pm
Nagaon-paper

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলে স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকৰ পাবলৈ থকা মজুৰিৰ দাবীত আৰু ৰাজ্য চৰকাৰে কাগজ কলটোক পুনৰুজ্জীৱিত কৰাত ব্যৰ্থ হোৱাৰ বিৰোধিতা কৰি জাগীৰোডত আজি এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

তেওঁলোকে অভিযোগ কৰে যে কোনো কাৰণ নোহোৱাকৈ যোৱা এবছৰ ধৰি কাগজ কলটো বন্ধ হৈ থকাৰ উপৰি চৰকাৰে মজুৰি দিয়া বন্ধ কৰি ৰাখিছে। তেওঁলোকে জনাই যে কৰ্মচাৰী সকলে যোৱা ২৩ মাহ ধৰি মজুৰি পোৱা নায়।

Apply Now

প্ৰতিবাদত ভাগ লোৱা এজন শ্ৰমিকে কয় ‘যোৱা কেইবামাহো ধৰি আমি কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবী জনাই আহিছো, কিন্তু চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি পোৱা নায়।‘ তেওঁ লগতে আৰু কয় ‘আমি শংকা আৰু অনিশ্চয়তাত দিন পাৰ কৰিব লগীয়া হোৱাৰ লগতে পাব লগীয়া মজুৰি নোপোৱাৰ ফলত চৰম অনাহাৰৰ মাজত জীয়াই আছো।‘ আন এজন শ্ৰমিকে কয় ‘আমাৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যত অন্ধকাৰছন্ন হৈ পৰিছে। মাচুল দিব নোৱাৰাৰ ফলত সিহঁত এতিয়া স্কুললৈ যাব নোৱাৰা হৈছে।‘ আন এজন শ্ৰমিকে  কয় যে ৰাজনৈতিক নেতা সকলে বিভিন্ন সময়ত কাগজ কলটো কাৰ্যক্ষম কৰি তোলা হ’ব বুলি আশ্বাস দি আহিছে যদিও এতিয়ালৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা  লোৱা দেখা পোৱা নায়।

মন কৰিব লগীয়া যে অসম উদ্যেগ তথা বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ১০ আগষ্টত মন্তব্য কৰিছিল যে কাছাৰ আৰু নগাঁৱৰ কাগজ কল দুটাৰ পুনৰুজ্জীৱিত কৰণত কেন্দ্ৰই বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে।

উল্লেখযোগ্য যে এসময়ত ৰাজ্যৰ অৰ্থনৈতিক উন্নতিত যথেষ্ট অৱদান আগবঢ়োৱা কাছাৰ আৰু নগাঁৱৰ কাগজ কল দুটাই বৰ্তমান ঋণত ডুব গৈ আছে। ১৯৭৯ চনত স্থাপিত আৰু ১৯৮৩ চনৰ পৰা  ব্যৱসায়িকভাৱে উৎপাদন আৰম্ভ কৰা নগাঁও কাগজ কলটো হিন্দুস্তান পেপাৰ ক’ৰ্পৰেচনৰ অধীনৰ চতুৰ্থটো গোট। ২০১০-২০১১ বিত্তীয় বৰ্ষত এই কাগজ কলটোৱে প্ৰায় ১.২ লাখ মেট্ৰিক টন কাগজ উৎপাদন কৰিছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd