DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ উৰিয়াগাঁও বাইপাচত সংঘটিত পথ দুৰ্ঘটনাত এজন শিক্ষক নিহত

মিণ্টু দাস by মিণ্টু দাস
July 6, 2018 7:39 am
accident-570x320

প্ৰতিনিধিত্বমূলক ফটো

102
VIEWS
Share on FacebookShare on Twitter

নগাঁও চহৰৰ সমীপৱৰ্তী উৰিয়াগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাচত বৃহস্পতিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনা সংঘটিত হয়। কৰুণ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক।  আৰু এই নিহত লোকজন নগাঁও চহৰৰ ডিমৰুগুৰি কেঁচা আলিৰ  ৰিপুঞ্জয় দেৱগোস্বামী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, লোকজনে পুৰণিগুদামৰ দিশৰ পৰা ডিমৰুগুৰিৰ ঘৰৰ দিশে এ এচ ০২ এফ ৭৭৫০ নম্বৰৰ এখন মটৰ চাইকেলেৰে আহি আছিল। তেনে সময়ত বাইক আৰোহীজনক পিছ ফালৰ পৰা অহা এখন এ এচ ০৯ চি ৬৭০৪ নম্বৰৰ ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দা মাৰে, ফলত লোকজন থিতাতে মৃত্যুবৰণ কৰে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে ঘটনাস্থলীৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পলাই যাবলৈ চেষ্টা চলায়। কিন্তু আৰক্ষীৰ তৎপৰতাত ট্ৰাকখনক ননৈত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আনহাতে, দুৰ্ঘটনাটোত নিহত ৰিপুঞ্জয় দেৱগোস্বামী নামৰ লোকজন পেচাত এজন শিক্ষক আছিল বুলি জানিব পৰা গৈছে।

Recent News

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd