• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ কামপুৰত মমতাহীন মাতৃয়ে নিজ সন্তানক দলিয়ালে পুখুৰীলৈ

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , April 2, 2018 7:06 pm

1 min read

নগাঁৱৰ কামপুৰত মমতাহীন মাতৃয়ে নিজ সন্তানক দলিয়ালে পুখুৰীলৈ
67
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ কামপুৰৰ পালেংতলিত এগৰাকী মাতৃয়ে মাতৃত্বক কলংকিত কৰি নিজৰ তিনিমহীয়া কেঁচুৱাক পুখুৰীত পেলাই হত্যা কৰাৰ এক ঘটনা সোমবাৰে পোহৰলৈ আহে।

প্ৰাপ্ত তথ্য মতে নগাঁৱৰ বোৱালগুৰিৰ ৰূপজ্যোতি বৰদলৈ নামৰ মহিলাগাৰকীয়ে নিজৰ তিনিমহীয়া কেঁচুৱাটিক কান্ধি থকাৰ বাবে ৩১ মাৰ্চত পুখুৰীলৈ দলিয়াই দিয়ে।

আনহাতে মহিলাগৰাকীয়ে শিশুটি কোনো দুষ্কৃতিকাৰী অপৰহণ কৰি নিয়া বুলি পৰিয়ালৰ লোকৰ আগত অভিনয় কৰি আছিল।

অৱশেষত সোমবাৰে এজন স্থানীয় লোকৰ তত্ত্বাৱধানত কেঁচুৱাটিৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

উল্লেখযোগ্য যে পালেংতলিৰ  ৰূপজ্যোতি বৰদলৈয়ে নগাঁৱৰে বোৱালগুৰিৰ ৰাতুল বৰদলৈ নামৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। তিনিমাহৰ পূৰ্বে এটি কন্যা সন্তান জন্ম দিয়াৰ পিছত ৰূপজ্যোতি স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ যায়। পিতৃ গৃহতে ৩১ মাৰ্চৰ দিনা কন্যা শিশুটোৱে কান্দি থকাৰ বাবে পুখুৰীত পেলাই হত্যা কৰে।

আৰক্ষীয়ে ইতিমধ্যে মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Recent News

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

Nagaland-sppiner-750x375

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Screenshot_2021-03-04-20-52-13_1

ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে টীয়কৰ ৰাজপথত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd