• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিল ২০১৬ ৰ বিৰোধিতা আলফাৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , December 17, 2017 2:20 pm

1 min read

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিল ২০১৬ ৰ বিৰোধিতা আলফাৰ
137
VIEWS
Share on FacebookShare on Twitter

আলোচনাপন্থী আলফাই আজি এটা স্পষ্ট স্থিতি প্ৰদৰ্শন কৰি কয় যে তেওঁলোক নাগৰিক সংশোধনী বিধেয়কৰ বিৰোধী। ‘আমি অসমৰ জনসাধাৰণৰ সৈতে আছো। আৰু আমি নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন নকৰো।’ এইদৰে স্পষ্ট ভাষাৰে কয় আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই। অৰবিন্দ ৰাজখোৱা আৰু তেওঁৰ সতীৰ্থসকলে আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত তেওঁলোকৰ স্থিতি বেকত কৰে। আলফাৰ প্ৰতিনিধিকেইজনে কেন্দ্ৰৰ মধ্যস্থতাকাৰী দীনেশ্বৰ শৰ্মাৰ সৈতে যোৱা শুকুৰবাৰে আলোচনাত ভাগ ল’বলৈ নতুন দিল্লীলৈ গৈছিল। সাংবাদিকৰ আগত তেওঁলোকে কয় যে তেওঁলোকৰ দাবীৰ অলপো সলনি নহয়। তেওঁলোকৰ দাবীবোৰৰ ভিতৰত আছে, অসমক ইয়াৰ সম্পদৰ ওপৰত অধিক অধিকাৰ প্ৰদান কৰিবৰ বাবে সংবিধান সংশোধন, ৰাজহ উৎপাদন, পৰিকল্পনা প্ৰক্ৰিয়াত অংশ গ্ৰহণ, এক নিৰাপদ জনগাঁথনিৰ পৰিৱেশ, ভাৰসাম্যপূৰ্ণ বিকাশ নিশ্চিত কৰা। আলফা নেতা কেইজনে কোৱা মতে তেওঁলোকে ২০১৯ চনৰ পূৰ্বেই শান্তি চুক্তি স্বাক্ষৰ হোৱাটো আশা কৰি আছে। তেওঁলোকে আলোচনা সঠিক দিশত যোৱা বুলিও কয়। সভাপতি অৰবিন্দ ৰাজখোৱাই কয় যে তেওঁলোকে অসমৰ সকলো লোকে কৰাৰ দৰেই নাগা চুক্তিৰ কিছুমান দিশৰ বিৰোধিতা কৰে। শনিবাৰৰ সংবাদমেলখনত সভাপতি ৰাজখোৱাৰ লগতে অনুপ চেতিয়া, মিথিংগা দৈমাৰী আৰু প্ৰদীপ গগৈও আছিল।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd