• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন ৰাজ্য গঠনৰ ক্ষেত্ৰত কেন্দ্ৰৰ নীতিত জাঙুৰ খাই উঠিছে ডিমা হাচাওৰ কংগ্ৰেছ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 5, 2018 7:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সংবিধানৰ ২৪৪ (এ) অনুচ্ছেদৰ অধীনত পৃথক ৰাজ্য গঠনৰ দাবী কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ  বিভিন্ন দল সংগঠনৰ দীৰ্ঘ দিনীয়া দাবী। কংগ্ৰেছ দলেও অলপতে এই দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। কিন্তু অলপতে ৰাজ্যসভাত প্ৰশ্নোত্তৰ পৰ্ব চলি থকাৰ সময়ত সাংসদ বিশ্বজিত দৈমাৰিৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুয়ে কয় যে কেন্দ্ৰৰ নতুন ৰাজ্য গঠনৰ তেনে পৰিকল্পনা নাই। আনহাতে সংবিধানৰ ২৪৪(এ) অনুচ্ছেদৰ অধীনৰ স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ যি বিধি নিয়ম লিপিবদ্ধ কৰা আছে এই বিধি উঠাই দিয়াৰ কাৰনে অসম চৰকাৰে অনুৰোধ কৰিছে।

অবশ্যে ৰাজ্য চৰকাৰৰ এনে অভিসন্ধিৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে ডিমা হাচাওৰ কংগ্ৰেছ। শুকুৰবাৰে এক সংবাদ মেল পাতি ৰাজ্য চৰকাৰক সকীয়নি দিয়ে প্ৰাক্তন চিইএম তথা জিলা কংগ্ৰেছ নেতা দেপ’লাল হোজাইয়ে। তেওঁ কয় যে চৰকাৰে যদি পাৰ্বত্যবাসীক প্ৰতাৰণা কৰিব বিচাৰিছে তেতিয়া হলে কাৰ্বি আংলং, ডিমা হাচাও আৰু বড়োলেণ্ডত জুই জ্বলিব।কাৰন যদিও কংগ্ৰেছ দলে বিগত দিনত তেতিয়াৰ এএছডিচিৰ দাবী পূৰণ কৰাত সক্ষম হোৱা নাই কিন্তু কংগ্ৰেছ দলে স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ সাংবিধানিক বিধি কৰ্তন কৰাৰ কাৰনে কোনো অপচেষ্টাও চলোৱা নাই। বৰ্তমান বিজেপি শাসিত ৰাজ্য চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ গৈ সংবিধানৰ পৰা ২৪৪(এ) অনুচ্ছেদত থকা উপ বিধি কৰ্তন কৰাৰ কাৰনে কেন্দ্ৰক প্ৰস্তাৱ প্ৰেৰণ কৰিছে।  হোজাইয়ে লগতে কয় যে কংগ্ৰেছ বিজেপি বুলি কথা নহয়, পাৰ্বত্য জিলাৰ প্ৰতি থকা মাহী আই সুলভ আচৰণ আজিও বৰ্তি আছে।

Apply Now

ইপিনে কংগ্ৰেছ নেতা কালিজয় চেঙগোইনে কয় যে পাহাৰীয়া অঞ্চলৰ প্ৰতি চৰকাৰৰ এনে নীতি সঁচাকৈ দুৰ্ভাগ্যজনক। যদিও সংবিধানে দিছে চৰকাৰৰ কিন্তু এই বিষয়ত আন্তৰিকতা নাই। আনহাতে বিজেপি ৰাজ্য তথা কেন্দ্ৰত ক্ষমতাত অহাৰ আগতে  সংবিধানৰ ২৪৪(এ) অনুচ্ছেদৰ সপক্ষে মাত মাতিলে যদিও এতিয়া এনে স্থিতি নিন্দনীয়। চেঙগুইনে লগতে আৰু কয় যে গুৱাহাটীৰ জালুকবাৰিত মাথোঁ কেই কিলোমিটাৰৰ মাজত কিমানটা চৰকাৰী শিক্ষা প্ৰতিষ্ঠান আছে তাৰ হিচাপ নাই। এতিয়া এইমছ্ও তাতে হ’ব। ইয়াৰ বাহিৰে বন বিভাগৰ ডাঙৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে।  ৰে’লৰ মহা প্ৰৱন্ধকৰ কাৰ্যালয় আছে। অথচ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দূৰত্ব কিমান আৰু কেইটা চৰকাৰী প্ৰতিষ্ঠান আছে। আচলতে ৰাজ্য চৰকাৰে যদি এনে মাহী আই সুলভ আচৰণ কৰি থাকে তেতিয়া হ’লে পৃথক ৰাজ্যৰ দাবী উত্থাপন হোৱাটো কোনো ডাঙৰ বিষয় নহয়।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd