• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

নাগালেণ্ডত শান্তিপূৰ্ণ নিৰ্বাচনৰ আহ্বান ৰাজ্যপাল পি বি আচাৰ্যৰ

NE NOW NEWS এন ই নাও নিউজ
কহিমা , February 25, 2018 12:12 pm

1 min read

pb.
68
VIEWS
Share on FacebookShare on Twitter

অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিতব্য নাগালেণ্ড বিভানসভা নিৰ্বাচন যাতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তাৰ বাবে প্ৰতিটো ৰাজনৈতিক দল, জনসাধাৰণ, নিৰাপত্তাৰক্ষী, আৰক্ষী, প্ৰশাসনক আহ্বান জনাইছে ৰাজ্যপাল পি বি আচাৰ্যই।

ৰাজভৱনৰ পৰা জাৰি কৰা এক প্ৰেছ বিবৃতিত এই কথা জানিব পৰা হৈছে।

বিবৃতিটোত ৰাজ্যপাল আচাৰ্যই কয়: ভোটাধিকাৰ হৈছে জনসাধাৰণৰ মূল্যৱান অধিকাৰ আৰু কৰ্তব্য। গণতন্ত্ৰত ৰাইজৰ ভাগ্য নিৰ্ধাৰণত নিৰ্বাচনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।য’ত জনসাধাৰণে তেওঁলোকৰ ক্ষমতা ব্যৱহাৰৰ জৰিয়তে এখন মনে বিচৰা চৰকাৰ গঠনৰ সুযোগ লাভ কৰে।

সেয়েহে ৰাজ্যপাল আচাৰ্যই এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনাই কয় যে ৰাষ্ট্ৰ এখনক উন্নতিৰ বাটলৈ লৈ যোৱাৰ ক্ষেত্ৰত প্ৰতিটো ভোটেই গুৰুত্বপূৰ্ণ।গণতন্ত্ৰত ৰাইজেই ৰজা।

উল্লেখ্য যে নাগা শান্তি চুক্তি ৰাজহুৱা কৰাক কেন্দ্ৰ কৰি ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ একপ্ৰকাৰ অচলাৱস্থাই দেখা দিছিল।

পাহাৰীয়া ৰাজ্যখনৰ প্ৰায়বোৰ ৰাজনৈতিক দলে নিৰ্বাচন বৰ্জনৰ সিদ্বান্ত গ্ৰহণ কৰি পাছত পুনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত হৈ পৰে।

ইতিমধ্যে নাগালেণ্ড বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে নাগা জনসাধাৰণৰ মাজত। উল্লেখ যে অহা ৩ মাৰ্চত ৰাজ্যখনত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ব।

 

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd