• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডৰ ভূমিস্খলনৰ বাবে যোৰাবাটত আবদ্ধ হৈ আছে ৫০ৰো অধিক ইন্ধনভৰ্তি টেংকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 29, 2018 3:30 pm

1 min read

38017763_846571609066956_8474286769284579328_n

যোৰাবাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ থকা ইন্ধনভৰ্তি টেংকাৰসমূহৰ দৃশ্য

90
VIEWS
Share on FacebookShare on Twitter

যোৱা কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত ভয়াবহ ভূমিস্খলন সংঘটিত হৈছে নাগালেণ্ডত। এই ভূমিস্খলনৰ ফলত এতিয়া উত্তৰ-পূবৰ দুখন ৰাজ্য ক্ৰমে নাগালেণ্ড আৰু মণিপুৰৰ সৰ্বসাধাৰণ ৰাইজ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে। কিয়নো এই দুইখন ৰাজ্য এতিয়া ভুগিব পাৰে তীব্ৰ ইন্ধনৰ সংকটত ।

উল্লেখ্য যে নাগালেণ্ডত হোৱা ভয়ংকৰ ভূমিস্খলনৰ বাবে এতিয়া অসমৰ এই দুই চুবুৰীয়া ৰাজ্যলৈ যাব পৰা নাই গেছ আৰু তেলভৰ্তি বহু টেংকাৰ।

বিভাগীয় কৰ্তৃপক্ষই অনুমতি নিদিয়াৰ বাবেই এতিয়া যোৰাবাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ আছে নাগালেণ্ড-মণিপুৰলৈ যাবলগীয়া ৫০ খনতকৈ অধিক ইন্ধনভৰ্তি টেংকাৰ।

উল্লেখ্য যে কেইবাদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণ আৰু ইয়াৰ ফলত হোৱা ভয়ংকৰ ভূমিস্খলনে নাগালেণ্ডৰ বিভিন্ন অংশত বিশৃংখলতাৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে কেতিয়ালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ খোলা দিয়া হ’ব সেয়াও এতিয়ালৈ কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই। এতিয়া প্ৰশ্ন হয় যদিহে এইদৰে ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ থকা ইন্ধনভৰ্তি টেংকাৰসমূহ চুবুৰীয়া ৰাজ্য দুখনলৈ অতি শীঘ্ৰে ৰাওনা নহয় তেন্তে নিশ্চয়কৈ ৰাজ্য দুখনৰ জনসাধাৰণৰ মাজত এক অচলাৱস্থাৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd