• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী ম্যানমাৰ

নাগৰিকত্ব আৰু নিৰাপত্তাৰ নিশ্চয়তা অবিহনে ম্যানমাৰলৈ উভতি নাযায় ৰহিঙিয়া শৰণাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2018 3:50 pm
Refugee-camp-in-Bangladesh

ৰহিঙিয়া শৰণাৰ্থী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰ্মিজ সেনাৰ নৃশংস আক্ৰমণত দিশহাৰা হৈ ‘ন’ মেনছ লেণ্ড’ত বাস কৰি থকা ৬,০০০ ৰহিঙিয়া মুছলমান শৰণাৰ্থীয়ে নাগৰিকত্ব আৰু নিৰাপত্তাৰ নিশ্চয়তা অবিহনে ম্যানমাৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছে।

মঙলবাৰে বাংলাদেশ আৰু ম্যানমাৰৰ বিষয়ববীয়াই ৰহিঙিয়া শৰণাৰ্থীসকলক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তন কৰাক লৈ এক আলোচনাত মিলিত হোৱাৰ পিছতে শৰণাৰ্থীসকলে উক্ত মন্তব্য কৰে বুলি মিজিমা নিউজ ত ওলোৱা এ এফ পি(Agence France-Presse)ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

Apply Now

উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্টত ম্যানমাৰৰ মুছলমান সংখ্যালঘুৰ ওপৰত বাৰ্মিজৰ আক্ৰমণত দেশখনৰ পৰা পলায়ন কৰা প্ৰথম ভাগৰ ৰহিঙিয়াসকলৰ ভিতৰৰ উক্ত ৬,০০০ শৰণাৰ্থীসকল অন্যতম।

তেতিয়াৰে পৰা তেওঁলোকে দেশদুখনৰ মাজৰ এটুকুৰা দখলবিহীন ভূখণ্ডত অস্থায়ী শিবিৰ পাতি বাস কৰি আছে।

আনহাতে, যদিহে তেওঁলোক ‘ন’ মেনছ লেণ্ড’ত থাকে তেন্তে ইয়াৰ ‘পৰিণাম’ ভোগ কৰিব লাগিব বুলি ম্যানমাৰৰ এগৰাকী মন্ত্ৰীয়ে দিয়া সকীয়নিৰ পৰিপ্ৰেক্ষিতত যোৱা কিছু সপ্তাহ ধৰি ৰহিঙিয়া শৰণাৰ্থীসকল পুনৰ ঘূৰি যোৱাৰ চাপৰ সন্মুখীন হৈছে।

অৱশ্যে সম্প্ৰদায়টোৰ নেতা দিল মহম্মদে কয় যে নাগৰিকত্ব, নিৰাপত্তা আৰু হেৰোৱা সম্পত্তিৰ ক্ষতিপূৰণৰ নিশ্চয়তা অবিহনে তেওঁলোক ঘূৰি নাযায়।

তেওঁ কয়, ‘আমাৰ দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত আমি আমাৰ ঘৰ আৰু গাঁৱলৈ উভতি নাযাওঁ। আমাক নাগৰিকত্ব লাগে, সকলো অধিকাৰ, আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আৰু ক্ষতিপূৰণ লাগে।’

শৰণাৰ্থীসকলৰ লগত ‘ন’ মেনছ লেণ্ড’ত কথা পতাৰ পূৰ্বে মঙলবাৰে দুয়োখন দেশৰ বিষয়ববীয়াই উক্ত ৬,০০০ শৰণাৰ্থীৰ ভাগ্য নিৰ্ধাৰণৰ বাবে আলোচনাত মিলিত হৈছিল।

বাংলাদেশৰ প্ৰতিনিধি দলটোৰ মুৰব্বী আব্দুল মান্নানে কয়, ‘আমি কথা পতা প্ৰত্যেকজন ব্যক্তিয়ে কয় যে যদিহে তেওঁলোকে নিৰাপত্তা পাই তেন্তে তেওঁলোক নিজ ঘৰলৈ উভতি যাব।’

আনহাতে এ এফ পিৰ প্ৰতিনিধি কেৰলিন গ্লোকে কয়, ‘ন’ মেনছ লেণ্ড’ত থকা গোটটোৰ কিছু সংখ্যক সদস্যই কয় যে তেওঁলোক ঘৰলৈ উভতি যোৱাক লৈ শংকিত হৈ আছে আৰু বাংলাদেশতে আশ্ৰয়ৰ নিৰাপত্তা বিচাৰিছে।’

তেওঁ লগতে কয়, ‘আমি বাংলাদেশ কৰ্তৃপক্ষক তেওঁলোকে বিচৰা ধৰণে থাকিবলৈ অনুমতি দিবলৈ আহ্বান জনাইছো। একে সময়তে, যি সকলে স্বইচ্ছাৰে উভতি যাব খোজে তেওঁলোকৰ নিৰাপদ আৰু বৈধ প্ৰতাবৰ্তনৰ কাৰণে ম্যানমাৰে অনুকূল পৰিবেশ সুনিশ্চিত কৰিব লাগে।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd