• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কক লৈ সকলো অসমীয়াৰ সৈতে মোৰ একে মত : অংগৰাগ মহন্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 6:31 pm
Angarag papon with wife and children

পত্নী আৰু সন্তানৰ সৈতে অংগৰাগ মহন্ত। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় গায়ক অংগৰাগ ( Angarag Papon ) মহন্তই নাগৰিকত্ব সংশোধন বিধেয়কৰ বিৰোধিতা কৰিছে| ‘প্ৰত্যেক অসমীয়াৰে একেটাই মত। বেলেগ বেলেগ মতৰ প্ৰশ্ন উঠাই নাই’ বুলি আজি ২০ মে’ত গুৱাহাটীত অসমত বিধেয়কখনৰ বিৰুদ্ধে গঢ় লৈ উঠা জনমতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে মহন্তই।

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে জুবিন গাৰ্গ বিজেপিৰ কেইজনমান নেতাৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হোৱা সন্দৰ্ভত মহন্তই কয় যে ‘শিল্পীয়ে সমাজৰ বাৰ্তা এটাহে শিল্পৰ যোগেদি তুলি ধৰে। শিল্পীৰটো স্বাধীনতা থাকিবই।’

অসমৰে কিছু ৰাজনৈতিক নেতাই বিধেয়কখন সমৰ্থন কৰাক লৈ তেওঁ ‘ৰাজনৈতিক নেতাসকলে ৰাজনীতিৰ দিশৰ পৰা বিষয়টো চাগে চাইছে’ বুলি মত প্ৰকাশ কৰে।

বিভিন্ন দল-সংগঠনৰ লগতে অসমৰ আন এগৰাকী জনপ্ৰিয় গায়ক জুবিন গাৰ্গে নিৰন্তৰ নাগৰিকত্ব বিধেয়কখনৰ বিৰোধিতা কৰাৰ পৰত এই সন্দৰ্ভত অংগৰাগৰ অনুৰাগীসকল তেওঁৰ মত জানিবলৈ অধীৰ হৈ আছিল।

অসমৰ ব’হাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহটো অনুৰাগীসকলে তেওঁৰ অনুপস্থিতি অনুভৱ কৰা বুলি ছ’ছিয়েল মিডিয়াত চৰ্চা চলি আছিল।

টি ভিৰ ৰিয়েলিটি শ্ব’ এটাত হোৱা ‘চুম্বন বিতৰ্ক’ৰ পিছত গায়কজন ৰাজহুৱা জীৱনৰ পৰা প্ৰায় অন্তৰ্ধান হৈ আছিল। যোৱা ২৪ ফেব্ৰুৱাৰিৰ পিছৰ পৰা ছ’ছিয়েল মিডিয়াটো তেওঁ অনুপস্থিত আছিল।

আনহাতে বৰ্তমান আদালতৰ বিচাৰাধীন হৈ থকা বিতৰ্কটো সন্দৰ্ভত কোনো মন্তব্য কৰিব নুখুজি কয় যে বিতৰ্কটোৰ পিছত ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থকা মহন্তই এতিয়া পেইণ্টিং কৰাত মনোনিৱেশ কৰিছে। ‘ভগৱানে হয়টো যি কৰে ভালেই কৰে’ বুলি মন্তব্য কৰি মহন্তই বিতৰ্কটো সন্দৰ্ভত আদালতৰ সুবিচাৰ কৰিব বুলি আস্থা প্ৰকাশ কৰে।

১৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ফটা ওঁঠ অস্ত্ৰোপচাৰ অভিযানৰ কাৰ্য্যসূচীত পত্নীৰে সৈতে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত উপস্থিত থকাৰ সময়ত মহন্তই সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এইদৰে মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd