• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে জেনেভাত খিলঞ্জীয়া মঞ্চৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 23, 2018 1:13 pm

1 min read

Indigenous-forum-570x320

খিলঞ্জীয়া মঞ্চ, অসমে শুকুৰবাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে ব্ৰকেন চেয়াৰৰ সমীপৰ জেনেভাৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে। ফটো : নৰ্থ ইষ্ট নাও

82
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীয় সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা  ৩০ টাতকৈয়ো অধিক সংগঠনৰ যৌথ মঞ্চ খিলঞ্জীয়া মঞ্চ, অসমে শুকুৰবাৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে ব্ৰকেন চেয়াৰৰ সমীপৰ জেনেভাৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ জৰিয়তে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অবৈধভাৱে প্ৰব্ৰজন কৰা কেইটামান সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে। ইয়াৰ বাবে প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ সংশোধন কৰিব বিচৰা হৈছে।

খিলঞ্জীয়া মঞ্চৰ সদস্যসকলে শুকুৰবাৰে চুইজাৰলেণ্ডৰ জেনেভাত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। অসমত এই প্ৰস্তাৱিত বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল-সংগঠনে সবল প্ৰতিবাদ কৰি গণ আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিছে।

জেনেভাত প্ৰতিবাদ সাৱ্যস্ত কৰাৰ জৰিয়তে খিলঞ্জীয়া মঞ্চ, অসমে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগতো আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো দাঙি ধৰাৰ প্ৰয়াস কৰিছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd