DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বিৰোধিতা : অকলে গণস্বাক্ষৰ সংগ্ৰহত জঁপিয়াই পৰিছে বিশ্বনাথৰ কংকুমণি

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 12, 2018 11:56 pm
174
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ( Citizenship Amendment Bill 2016 )ৰ বিৰুদ্ধে বিভিন্ন সংগঠনৰ লগতে এইবাৰ ৰাজপথলৈ ওলায় আহিছে বিশ্বনাথৰ এজন যুৱক| বিশ্বনাথৰ কংকুমনি বৰকটকীয়ে অকলশৰেই কাৰ্যত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই অহাৰ পিছতে সংগ দিয়ে পাঠশালাৰ হেমাংগ পাটগিৰি আৰু গুৱাহাটীৰ কৈলাশ বৰুৱা আৰু শান্তনু ডেকা নামৰ যুৱক দুজনে।

‘দেশমাতৃৰ সেৱাৰ বাবে কাৰো আদেশ নালাগে’ হীৰুদাৰ ভাষাৰ অনুপ্ৰেৰণাতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে কংকুমনিয়ে|

প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা আৰু বিদেশী মুক্ত অসমৰ স্বাৰ্থত কংকুমনি আৰু তেওঁক সহযোগ কৰা যুৱককেইজনৰ এই অভিযানে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত কংকুমনিয়ে কৰ্মৰ মাজতে দেশৰ হকে তথা জাতি মাটি ভেটিৰ বাবে থকা দায়িত্ব কৰ্তব্য প্ৰতিজন নাগৰিকে শ্ৰদ্ধাৰে আদৰিচে বিশেষকৈ গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰিবলৈ অন্তত: মন থাকিলেই যে দেশ মাতৃৰ বাবে সেৱা কৰিব পাৰি তাৰেই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বিশ্বনাথৰ এইজন যুৱক কংকুমনি বৰকটকীয়ে|

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd