• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাগৰিকত্ব বিধেয়ক : মাজুলীত ‘ক’লা দিৱস’, জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ

NE NOW NEWS মিণ্টু খাটনিয়াৰ
মাজুলী , April 22, 2018 11:14 pm

1 min read

নাগৰিকত্ব বিধেয়ক : মাজুলীত ‘ক’লা দিৱস’, জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ
81
VIEWS
Share on FacebookShare on Twitter

ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক যোৱা ১৭ এপ্ৰিলত দিল্লীত হোৱা শুনানিত সমৰ্থন কৰাক লৈ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে মাজুলীত অব্যাহত আছে প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সত্ৰাধিকাৰগৰাকীৰ মন্তব্যক সাম্প্ৰদায়িক আখ্যা দি ইয়াৰ বিৰুদ্ধে আৰু সংসদীয় সমিতিত ‘বদলা পদ্ম আতা সেৱা সমিতি’ৰ হৈ দাখিল কৰা প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত অহা ২৩ এপ্ৰিলত সমগ্ৰ মাজুলীত ‘ক’লা দিৱস’ পালন কৰাৰ লগতে ২৫ এপ্ৰিলত গড়মূৰ আৰু কমলাবাৰীত অৱস্থান ধৰ্মঘট পালন কৰা হ’ব।

মাজুলী কমলাবাৰীস্থিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত আজি ২২ এপ্ৰিলত অনুষ্ঠিত এক প্ৰতিবাদী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰিষদৰ সভাপতি জগত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে মাজুলী মহকুমা ছাত্ৰ সন্থা, জ্যেষ্ঠ নাগৰিক, মাজুলী জিলা সাহিত্য সভা, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মাজুলী জিলা মহিলা সমিতিৰ নেত্ৰীবৃন্দ উপস্থিত আছিল।

উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে বিধেয়কখন সন্দৰ্ভত লোৱা অসমবিৰোধী স্থিতিত মাজুলী জিলা সত্ৰ মহাসভাই নীৰৱতা অৱলম্বন কৰাক লৈও সভাখনত ক্ষোভ প্ৰকাশ কৰা হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd