DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মেঘালয়ৰ জনজাতীয়, যুৱ তথা ছাত্ৰ সংগঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2018 9:00 am
bill-2-570x320

প্ৰতিনিধিত্বমূলক ফটো

67
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰি মেঘালয়ৰ কেবিনেটে লোৱা সিদ্ধান্তৰ পিছতে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে কেইবাটাও জনজাতীয়, যুৱ আৰু ছাত্ৰ সংগঠনে মুকলিকৈ মত ব্যক্ত কৰিছে।

সংগঠনকেইটাৰ মত হৈছে বিধেয়কখনে অঞ্চলটোৰ জনগোষ্ঠীয় সম্প্ৰদায়ৰ অস্তিত্ব তথা ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

হাইনেইউট্ৰেপ নেশ্যনেল য়ুথ ফ্ৰন্ট (এইচ এন ৱাই এফ) আৰু অল জয়ন্তীয়া য়ুথ ৱেলফেয়াৰ অ’ৰ্গেনাইজেশ্যন (এ জে ৱাই ডব্লিউ অ’) ও দৃঢ় ভাৱে মত পোষণ কৰে যে বিধেয়কখন গৃহীত হ’লে ৰাজ্যখনৰ জনগোষ্ঠীসমূহ আৰু খিলঞ্জীয়া সম্প্ৰদায়ৰ বাবে ভয়াবহ পৰিণতিৰ সৃষ্টি হ’ব।

এইচ এন ৱাই এফৰ পৰা পূব খাচী পাহাৰৰ উপায়ুক্তক প্ৰদান কৰা এখন আবেদনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰি তেওঁলোকৰ বক্তব্য প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে ফেডাৰেশ্যন অফ খাচী-জয়ন্তীয়া এণ্ড গাৰো পীপল (এফ কে জে জি পি) এ বৃহস্পতিবাৰে প্ৰস্তাৱিত বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব।

এইচ এন ৱাই এফকে ধৰি কেইবাটাও দল আৰু সংগঠনে উক্ত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীক সমৰ্থন আগবঢ়োৱাৰ লগতে অংশগ্ৰহণ কৰিব।

এইচ এন ৱাই এফে উপায়ুক্তক প্ৰদান কৰা আবেদনখনত দাবী কৰিছে যে অবৈধ প্ৰব্ৰজনকাৰীৰ অনুপ্ৰৱেশে ইতিমধ্যে ৰাজ্যখনত বোজাৰ সৃষ্টি কৰিছে আৰু হিন্দু বাংলাদেশীৰ সংস্থাপনে সমস্যাটো অধিক গভাৰ কৰি তুলিব।

আনহাতে, অল জয়ন্তীয়া য়ুথ ৱেলফেয়াৰ অ’ৰ্গেনাইজেশ্যন (এ জে ৱাই ডব্লিউ অ’)এ মত প্ৰকাশ কৰে যে প্ৰস্তাৱিত বিধেয়কখনে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ক ক্ষতিগ্ৰস্ত কৰিব।

Recent News

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd